দুবৃৰ্ত্তৰ গুলীচালনা, নিহত ১১

দুবৃৰ্ত্তৰ গুলীচালনা, নিহত ১১
  • উত্তৰ ব্ৰাজিলত অঘটন।
  • এখন হোটেলত দুবৃৰ্ত্তৰ গুলীচালনা।
  • গুলীচালনাত মৃত্যু ১১ জনকৈ লোক।
  • বেলম চহৰত সংঘটিত হয় এই ঘটনা।
  • ঘটনাৰ সন্দৰ্ভত তদন্ত অব্যাহত আৰক্ষীৰ।
  • প্ৰাপ্ত তথ্য অনুসৰি নিহত সকলৰ ৬ গৰাকী মহিলা আৰু ৫ জন পুৰুষ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in