আটাছুৰ প্ৰাক্তন সভাপতি তথা মুখ্য উপদেষ্টা অশ্বিনী চেতিয়াৰ দেহাৱসান…

আটাছুৰ প্ৰাক্তন সভাপতি তথা মুখ্য উপদেষ্টা অশ্বিনী চেতিয়াৰ দেহাৱসান…
  • কোৰোনাৰ আতংকৰ মাজতে বৃহস্পতিবাৰে নিশাই আহিল এটা বেয়া খবৰ।
  • সদৌ টাই আহোম ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি তথা মুখ্য উপদেষ্টা অশ্বিনী চেতিয়াৰ দেহাৱসান।
  • বিগত কিছুদিন ধৰি গুৱাহাটীত চিকিৎসাধীন হৈ আছিল প্ৰয়াত চেতিয়া।
  • কেইবাবছৰ ধৰি জটিল কৰ্কট ৰোগৰ সৈতে যুজিঁ আছিল চেতিয়া।
  • বৃহস্পতিবাৰে নিশা প্ৰায় ১২.১৫ বজাত হেল্থ চিটি নামৰ ব্যক্তিগত মৃত্যু হয় তেওঁৰ।
  • চেতিয়াৰ মৃত্যুত শিৱসাগৰত পৰিছে শোকৰ ছাঁ।
  • শেহতীয়া বিজেপি দলত যোগদান কৰিছিল চেতিয়াই।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in