এএছটিচিৰ বঞ্চনাৰ বাবেই আত্মহত্যা কৰিলে কৰ্মচাৰীয়ে! অভিযোগ পৰিয়ালৰ…

এএছটিচিৰ বঞ্চনাৰ বাবেই আত্মহত্যা কৰিলে কৰ্মচাৰীয়ে! অভিযোগ পৰিয়ালৰ…
  • এএছটিচিৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰীৰ আত্মহত্যা।
  • আত্মহত্যা কৰিলে অৱসৰপ্ৰাপ্ত গাণনিক বিষয়া অনিল কলিতাই।
  • ২০১৭ চনতে অৱসৰ হৈছিল বিষয়াগৰাকী।
  • তাৰ পিছতো মুকলি হোৱা নাছিল তেওঁৰ পে়ঞ্চন।
  • এএছটিচি কৰ্তৃপক্ষৰ বিৰুদ্ধে নুনমাটি থানাত এজাহাৰ দাখিল কৰিছে লোকজনৰ পৰিয়ালে।
  • বৰ্তমানো জানিব পৰা হোৱা নাই লোকজনৰ মৃত্যুৰ কাৰণ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in