নাওবৈছাত বৃহৎ নদী বান্ধৰ বিৰুদ্ধে আছু আৰু এজেৱাইচিপিৰ প্ৰতিবাদ…

নাওবৈছাত বৃহৎ নদী বান্ধৰ বিৰুদ্ধে আছু আৰু এজেৱাইচিপিৰ প্ৰতিবাদ…
  • শনিবাৰে বৃহৎ নদী বান্ধৰ বিৰুদ্ধে আছু আৰু এজেৱাইচিপিৰ প্ৰতিবাদ ।
  • নাওবৈছাৰ ৰাজআলিত এনএইচপিচিৰ সা-সৰঞ্জাম পৰিবাহী বাহন অৱৰোধ প্ৰতিবাদকাৰীৰ।
  • আবেলি প্ৰায় চাৰি বজাৰ পৰা এই প্ৰতিবাদী কাৰ্যসূচী সাব্যস্ত কৰে প্ৰতিবাদকাৰীয়ে।
  • প্ৰতিবাদস্থলীত উপস্থিত হৈছে আৰক্ষী।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in