শেহতীয়া খবৰ
বোকাজানত কৰ্তব্যৰত আৰক্ষীক প্ৰহাৰৰ অভিযোগ! স্বামীৰ সৈতে আটক পত্নীক...VIDEO • ভাল খবৰঃ অসমত ওলাইছে সহস্ৰাধিক চাকৰি, পঢ়ক কোন বিভাগত... • কোভিড-১৯ঃ ভাৰতত দেওবাৰে আক্ৰান্ত সৰ্বাধিক লোক, ৭১১১জনৰ দেহত ধৰা পৰিল কোৰোনা... • কৰৈয়নীত অচিনাক্ত মহিলাৰ মৃতদেহ উদ্ধাৰ... • পুনৰ ১৪জনৰ দেহত কোভিড-১৯, ৰাজ্যত ৩৯২জনলৈ বৃ্দ্ধি কোৰোনাত আক্ৰান্ত লোকৰ সংখ্যা... • ছাত্ৰ-ছাত্ৰীৰ বাবে কোৰোনাত আক্ৰান্ত শিক্ষকৰ চিন্তা, কোৱাৰেন্টাইন চেন্টাৰৰ পৰাই অনলাইনযোগে দিছে শিক্ষা... • হ’ব লাগে ফাঁচী! যাব নোৱাৰিব সনাতন ডেকাৰ হত্যাকাৰী বাচি... • গৃহাভিমুখী প্ৰসুতিয়ে শ্ৰমিক ৰে'লেতেই জন্ম দিলে ২০টাকৈ সন্তানৰ... • হোণ্ডাইৰ প্লেন্টত ৩ কৰ্মচাৰী কোৰোনাত আক্ৰান্ত... • অৰুণাচলত আন এজন লোকৰ দেহত কোভিড-১৯...

বহিঃৰাজ্যত অসমৰ ৮ লোকৰ দেহত কোৰোনা!

1,204
  • মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কোৰোনাত অসমৰ আৰু লোক আক্ৰান্ত হোৱাৰ আশংকা ব্যক্ত কৰিছে।
  • সংবাদমেলত মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰিছে কেবাটাও নতুন তথ্য।
  • শুকুৰবাৰৰ পৰা আইছ’লেশ্যন কক্ষসমূহ সাজু কৰা হ’ব।
  • সেই কক্ষত ৰখা হ’ব নিজামুদ্দিনলৈ যোৱাৰ পিছত কোৰোনাৰে আক্ৰান্ত লোকসকলৰ সংস্পৰ্শলৈ অহা লোকক।
  • মুম্বাইত দুজন অসমৰ লোক আক্ৰান্ত হোৱা বুলি প্ৰাৰম্ভিক খবৰ আহিছে।
  • বাহিৰত আৰু দুজন লোক আক্ৰান্ত হোৱাৰ খবৰ আহিছে।
  • এই ৪জন লোকৰ খবৰ প্ৰাৰম্ভিক হিচাপেহে চৰকাৰে লাভ কৰিছে।
  • সন্ধিয়াভাগলৈ এই কথা নিশ্চিত হ’ব।
  • অৱশ্যে দিল্লীৰ ৪ জন লোক কোৰোনাত আক্ৰান্ত হোৱাটো নিশ্চিত বুলিও ক’লে মন্ত্ৰীগৰাকীয়ে।
  • যদিহে মুম্বাইৰ ২জনৰ লগতে আন দুজন লোক আক্ৰান্ত হোৱাটো নিশ্চিত হয় তেতিয়া অসমৰ ৮জন লোক বৰ্হিৰাজ্যত কোৰোনাত আক্ৰান্ত হোৱাটো নিশ্চিত হ’ব।
  • ইফালে এহেজাৰলৈ বৃদ্ধি কৰা হৈছে পিপিই কিট।
  • এন-৯৫ৰ সংখ্যাও লাখৰ ঘৰ পাইছে।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি