শেহতীয়া খবৰ
মঙলদৈত ৰক্তদান শিবিৰঃ ১২০ গৰাকীকৈ ৰক্তদাতাই কৰিলে ৰক্তদান... • এবছৰে পোৱা নাই দৰমহা, ডিমা হাচাওত ৫জুনৰ পৰা স্তদ্ধ হ'ব বিশুদ্ধ খোৱাপানীৰ যোগান... • কোকৰাঝাৰ আইন মহাবিদ্যালয়ৰ কোৱাৰেণ্টাইন চেণ্টাৰৰ পেলনীয়া সামগ্ৰীয়ে ভাবুকি কঢ়িয়াইছে জনজীৱনলৈ... • লামডিঙত চেলুন সন্থাৰ মৌন প্ৰতিবাদঃ চেলুন সমূহ খুলি দিয়াৰ দাবীৰে উপাযুক্তক স্মাৰক পত্ৰ প্ৰদান... • ধেমাজিত পুনৰ কোৰোনাত আক্ৰান্ত ২জন... • চতুৰ্থ পৰ্যায়ৰ লকডাউনৰ শেষৰ দিনটোত পূৰ্বৰ সকলো ৰেকৰ্ড ভংগ কৰিলে কোৰোনাই... • আজি দিনৰ ১১বজাত প্ৰধানমন্ত্ৰীৰ 'মন কী বাত' • শনিবাৰৰ দিনটোত দেশত কোৰোনাত আক্ৰান্ত হ'ল ৮হাজাৰো অধিক লোক... • শনিবাৰৰ দিনটোত দেশত কোৰোনাত আক্ৰান্ত হ'ল ৮হাজাৰো অধিক লোক... • এমাহ ধৰি সন্ধানহীন ভকচং হাতীগড়ৰ দুই সন্তানৰ পিতৃ...

মিজোৰামত উদ্ধাৰ গোলাঘাটৰ যুৱকৰ মৃতদেহ…

860
  • মিজোৰামত ৰহস্যজনক ভাবে মৃত্যু অসমৰ এজন লোকৰ।
  • মাধুৰ্য ভূঞা নামৰ অসমৰ লোকজনৰ মৃতদেহ উদ্ধাৰ হয় আইজলৰ ভাড়াঘৰত।
  • তেওঁৰ ঘৰ অসমৰ গোলাঘাট জিলাত।
  • ভাড়াঘৰৰ দুৱাৰ ভাঙি চুবুৰীয়াই উদ্ধাৰ কৰে মাধুৰ্যৰ মৃতদেহ।
  • ইণ্ডিয়ান অডিট এণ্ড একাউণ্ট ডিপাৰ্টমেন্টৰ কমচাৰী মাধুৰ্য ভূঞা।
  • ল’ক ডাউনৰ সময়ত যুৱকজনৰ মৃতদেহ নিজ ঘৰলৈ আনিবলৈ সমস্যাত পৰিছে পৰিয়ালৰ লোক।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি