পুনৰ দিল্লীত হত্যাৰ বলি অসমীয়া যুৱতী

প্ৰতিকী ফটো
প্ৰতিকী ফটো
  • পুনৰ নতুন দিল্লীত উদ্ধাৰ অসমীয়া যুৱতীৰ মৃতদেহ।
  • নতুন দিল্লীৰ বসন্তকুঞ্জত যুৱতীৰ মৃতদেহ উদ্ধাৰক কেন্দ্ৰ কৰি চাঞ্চল্য।
  • মৃত যুৱতীগৰাকীৰ নাম বিদ্যাৱতী দাস বুলি জানিব পৰা গৈছে।
  • প্ৰাপ্ত খবৰ অনুসৰি বন্ধুৰ ঘৰত ৰহস্যজনকভাৱে মৃত্যু হৈছে যুৱতী গৰাকীৰ।
  • যুৱতীগৰাকীৰ ঘৰ হাজোত বুলি জানিব পৰা গৈছে৷
  • বৰ্তমান নতুন দিল্লীৰ বসন্তকুঞ্জ আৰক্ষীৰ জিম্মাত আছে যুৱতীগৰাকীৰ মৃতদেহ।
  • ঘটনাক কেন্দ্ৰ কৰি আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in