শেহতীয়া খবৰ
স্পেনিছ গাৰ্ডেনত উপস্থিত হৈ কি ক'লে কামৰূপ মহানগৰৰ উপায়ুক্ত বিশ্বজিৎ পেগুৱে, VIDEO  •  চেঙাৰ ৰৌমাৰী গাঁৱত অগ্নিকাণ্ডত ক্ষতিগ্ৰস্ত পৰিয়ালক বিভিন্নজনৰ সহায়ৰ হাত  •  দলৰ জন্মদিনত প্ৰতিজন কাৰ্যকৰ্তাই দৰিদ্ৰ লোকক সহায় কৰো আহকঃ বিজেপিৰ জন্মদিনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী  •  স্পেনিছ গাৰ্ডেনত কামৰূপ মহানগৰৰ উপায়ুক্ত বিশ্বজিৎ পেগু  •  চামগুৰিত এম্বুলেঞ্চলৈ শিলগুটি নিক্ষেপ  •  কি খাইছে ঘৰৰ ভিতৰতে আবদ্ধ স্পেনিছ গাৰ্ডেনৰ বাসিন্দাসকলে, VIDEO  •  কি খাইছে ঘৰৰ ভিতৰতে আবদ্ধ স্পেনিছ গাৰ্ডেনৰ বাসিন্দাসকলে, VIDEO  •  পিছ পৰি নাথাকিল আৰক্ষী আয়ুক্তৰ জীয়াৰী, ৰাজপথলৈ ওলাই আহি বিলালে খাদ্য...  •  পিছ পৰি নাথাকিল আৰক্ষী আয়ুক্তৰ জীয়াৰী, ৰাজপথলৈ ওলাই আহি বিলালে খাদ্য...  •  স্পেনিছ গাৰ্ডেনলৈ আহিব মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

বিশিষ্ট চলচ্ছিত্ৰ প্ৰযোজক প্ৰাঞ্জল ভৰালী আৰু নাই…

265

ডিজিটেল ডেস্কঃ প্ৰাঞ্জল ভৰালী আৰু নাই! বহু কেইখন জনপ্ৰিয় অসমীয়া ছবিৰ প্ৰযোজক প্ৰাঞ্জল ভৰালীয়ে মঙলবাৰে পুৱা ৫.৪৫ বজাত শেষ নিশ্বাস ত্যাগ কৰে নেমকেয়াৰ হাস্পতালত।

তেওঁ নিৰ্মাণ কৰা ছবিসমূহৰ ভিতৰত জোন দা ইমান গুণ্ডা, চোৰেণ চোৰৰ পুতেক যথেষ্ট জনপ্ৰিয় ছবি আছিল। কেইবাখনো অসমীয়া ছবিৰ প্ৰযোজনা কৰা ভৰালী দীৰ্ঘদিন ধৰি অসুস্থ হৈ আছিল।

বিশিষ্ট প্ৰযোজকগৰাকীৰ মৃত্যুত শোক ব্যক্ত কৰিছে ৰাজ্যৰ শিল্পীসকলে। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালেও শোক ব্যক্ত কৰিছে ভৰালীৰ মৃত্যুত।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি