শেহতীয়া খবৰ
পুনৰ বিনিয়োগেই দেশৰ আৰ্থিক সংকট দূৰ কৰাৰ সমাধান নহয়ঃ মমতা বেনাৰ্জী  •  যুৱ সাংবাদিক সন্থা, অসমৰ বাৰ্ষিক বঁটা ঘোষণাঃ ৰাজ্যৰ কেইবাজনো সাংবাদিকলৈ শ্ৰেষ্ঠ সাংবাদিকতাৰ বঁটা  •  ৰায়পুৰৰ স্বামী বিবেকানন্দ বিমানবন্দৰত জৰুৰী অবতৰণ গুৱাহাটীৰ পৰা মুম্বাইলৈ উৰা মৰা স্পাইছজেট বিমান  •  যিয়ে আমাৰ বিধায়কক ভাবুকি প্ৰদান কৰে, তাৰ মূৰ আৰু ভৰি ভাঙিমঃ শিৱসেনা  •  অসম চৰকাৰ গ' বেক ধ্বনি বাঙালি ফেডাৰেচনৰ, উত্তাল কোকৰাঝাৰ  •  শ্ৰীলংকাৰ পৰৱৰ্তী প্ৰধানমন্ত্ৰী হ'ল মহিন্দা ৰাজাপাকছা...  •  ভৰিত শিকলি পিন্ধি ২ মাহে দূৰ্বিসহ জীৱন পাৰ কৰিছে বিচুৱে…  •  দেশৰ প্ৰতিৰক্ষা সমিতিত সদস্যভূক্ত মালেগাঁও বিস্ফোৰণৰ অভিযুক্ত প্ৰজ্ঞা ঠাকুৰ, কংগ্ৰেছে ক’লে- এয়া সেনাৰ অপমান  •  ঢেকীয়াজুলিত মঞ্চস্থ হ'ল ব্যতিক্ৰমী নাটক "অভিযাত্ৰী ঐৰাৱত"  •  মাঘত কন্যাৰ বিয়াৰ দিন ঠিক হৈছিল, যা-যোগাৰত ব্যস্ত থকা পিতৃয়ে গছৰ পৰা পৰি হেৰুৱালে প্ৰাণ…

৮ বছৰীয়া প্ৰেমৰ সৰ্ম্পক, অৱশেষত বিবাহপাশত আৱদ্ধ হ’ল মোহময়ী অভিনেত্ৰী অমৃতা গগৈ…

21,389

ডিজিটেল ডেস্কঃ ৮ বছৰৰ প্ৰেমৰ সৰ্ম্পকৰ পাছত অৱশেষত বিবাহপাশত আৱদ্ধ হ’ল অসমীয়া ছবিজগতৰ মোহময়ী অভিনেত্ৰী অমৃতা গগৈ। হোমৰ জুইক সাক্ষী কৰি যোৰহাট নিবাসী তথা তেল আৰু প্ৰাকৃতিক গেছ নিগমৰ কনিষ্ঠ অভিযন্তা মনদ্বীপ কাকতিৰ সৈতে যুগ্ম জীৱনৰ পাতনি মেলিলে জনপ্ৰিয় অভিনেত্ৰীগৰাকীয়ে। বুধবাৰে শিৱসাগৰৰ কালুগাঁৱত সম্পন্ন হয় অমৃতা আৰু মনদ্বীপৰ বিয়া।

কেইবাখনো অসমীয়া ছবি, ধাৰাবাহিকৰ লগতে গানৰ ভিডিঅত অভিনয় কৰি অসমবাসীৰ আদৰ বুটলিবলৈ সক্ষম হোৱা অমৃতাই বিয়াৰ পিচতো কৰি যাব অভিনয়। উল্লেখ্য যে, এটা বছৰৰ বাবে হেঙুল থিয়েটাৰতো চুক্তিৱদ্ধ হৈছিল অমৃতা।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি