কোন ক’ত আগবাঢ়ি আছে কিমান?

কোন ক’ত আগবাঢ়ি আছে কিমান?
  • ৰাজ্যত অব্যাহত আছে পঞ্চায়ত নিৰ্বাচনৰ ভোটগণনা।
  • ৩৬৩ টা গাঁও পঞ্চায়তৰ সদস্য পদত আগবাঢ়ি আছে বিজেপি।
  • ১৮৮টা গাঁও পঞ্চায়তৰ সদস্য পদত আগবাঢ়ি আছে কংগ্ৰেছ।
  • ৩০টা গাঁও পঞ্চায়তৰ সদস্য পদত আগবাঢ়ি আছে অগপ।
  • এ আই ইউ ডি এফ আগবাঢ়ি আছে ১০টা গাঁও পঞ্চায়তৰ সদস্য পদত।
  • আঞ্চলিক পঞ্চায়তৰ সদস্যৰ ৬টা পদত আগবাঢ়ি আছে বিজেপি।
  • এটাত আগবাঢ়ি আছে কংগ্ৰেছ।
  • গাঁও পঞ্চায়তৰ সভাপতি পদত ৭টাত আগবাঢ়ি আছে বিজেপি।

Related Stories

No stories found.
Asomiya Pratidin
www.asomiyapratidin.in