হীৰেণ গোহাঁই, অখিল গগৈ, মনজিৎ মহন্তৰ বিৰুদ্ধে তৰা গোচৰ উঠাই ল’বলৈ দাবী মাছৰ

  • প্ৰখ্যাত বুদ্ধিজীৱী হীৰেণ গোহাঁই, অখিল গগৈ আৰু মনজিৎ মহন্তৰ বিৰুদ্ধে তৰা ৰাষ্ট্ৰদ্ৰোহৰ গোচৰক নিন্দনীয় আখ্যা মানৱ অধিকাৰ সংগ্ৰাম সমিতিৰ।
  • সংগঠনটোৰ হৈ সচিব প্ৰধান প্ৰণৱ জ্যোতি চেতিয়া আৰু অধ্যক্ষ বৈকুণ্ঠ শইকীয়াই এক বিবৃতিযোগে তীব্ৰ গৰিহণা দিয়ে বিজেপি চৰকাৰক।
  • অসমীয়া জাতি সত্তাক মষিমূৰ কৰিবলৈ চৰকাৰে এক চক্ৰান্ত ৰচা বুলি অভিযোগ সংগঠনটোৰ।
  • শীঘ্ৰে এই গোচৰ উঠাই নল'লে অনাকাংক্ষিত পৰিস্থিতি সৃষ্টি কৰাৰ হুংকাৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in