New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/07/lkjhkljd.jpg)
- মণিপুৰৰ ভূমিস্খলনত নিহত আৰু এজনৰ মৃতদেহ উদ্ধাৰ
- উদ্ধাৰ হোৱা মৃতদেহটো মৰিগাঁৱৰ কুশতলিৰ শ্রমিক সোনাল কোঁৱৰৰ
- মৃতদেহটো ঘৰলৈ পঠিওৱাৰ ব্যৱস্থা কৰিছে মণিপুৰৰ শ্রমিক ঠিকাদাৰে
- বৰ্তমানেও সন্ধানহীন হৈ আছে ৫জনকৈ শ্রমিক এই কথা সদৰী কৰে মণিপুৰৰ শ্রমিক ঠিকাদাৰে