গোসাইগাঁৱত দুৰ্ঘটনাত নিহত চাওতাল সাহিত্য সভাৰ প্ৰাক্তন সভাপতি

  • কোকৰাঝাৰৰ গোসাইগাঁৱত পথ দুৰ্ঘটনা।
  • গোসাইগাঁৱৰ তেলিপাৰাৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই শোকাৱহ দুৰ্ঘটনা।
  • তীব্ৰবেগী ট্ৰাকে মহতিয়াই নিলে এজন চাইকেল আৰোহীক।
  • দুৰ্ঘটনাত থিতাতে নিহত হয় বেঞ্জামিন মূৰ্মূৰ নামৰ ব্যক্তিগৰাকী।
  • চাওতাল সাহিত্য সভাৰ প্ৰাক্তন সভাপতি আছিল নিহত বেঞ্জামিন মূৰ্মূৰ।
  • দুৰ্ঘটনাক লৈ অঞ্চলজুৰি শোকৰ ছাঁ।

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in