/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/12/ROAD-ACCIDENT-2.jpg)
ROAD ACCIDENT
নিশা মহানগৰীত ডাম্পাৰৰ দৌৰাত্ম্য।
গুৱাহাটী ক্লাবত তীব্রবেগী ডাম্পাৰে মহটিয়াই নিলে দুখন বাহন।
বৃহস্পতিবাৰে নিশা সংঘটিত এই দুৰ্ঘটনা।
ডাম্পাৰ চালকে সুৰাপান কৰি ডাম্পাৰ চলোৱাৰ অভিযোগ প্রত্যক্ষদৰ্শীৰ।
স্থানীয় লোকৰ তৎপাৰতাত চালকজনক আটক আৰক্ষীৰ।
ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত।
Also Read: পুনৰ সক্ৰিয় আলফ(স্বা)! যোৰহাটৰ সেনা ছাউনীত গ্ৰেনেড বিস্ফোৰণ
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us