আমি আন্দোলন কৰি থাকিব লাগিব যেতিয়ালৈকে আইনখন বাতিল নহয়ঃ ডঃ হীৰেণ গোহাঁই

ফাইল ফটো
ফাইল ফটো
  • 'কা'ৰ বিৰুদ্ধে অব্যাহত প্ৰতিবাদ।
  • বাওঁ গণতান্ত্ৰিক মঞ্চৰ উদ্যোগত মহানগৰীৰ লক্ষীধৰ বৰা ক্ষেত্ৰত প্ৰতিবাদ।
  • নাগৰিকত্ব সংশোধনী আইন মানি নোলোৱাৰ হুংকাৰ।
  • এই প্ৰতিবাদী কাৰ্যসূচীত অংশ লৈছে বিশিষ্ট বুদ্ধিজীৱী, চিন্তাবিদ ডঃ হীৰেণ গোহাঁইয়ে।
  • তেওঁ কয়, 'চৰকাৰৰ চৰিত্ৰ এনেকুৱাই।'
  • 'ৰাইজৰ কথা ভাৱি সিদ্ধান্ত নলয়।'
  • 'বিমুদ্ৰাকৰণ, জিএছটিৰ ক্ষেত্ৰতো দেখিছো।'
  • 'কাশ্মীৰৰ ক্ষেত্ৰতো আমি দেখিছো।'
  • 'শান্তিপূৰ্ণ আন্দোলন হৈছে।'
  • 'চৰকাৰে সংবাদমাধ্যমক বাধা দিয়াৰ চেষ্টা কৰিছে।'
  • 'আমি আন্দোলন কৰি থাকিব লাগিব যেতিয়ালৈকে আইনখন বাতিল নহয়।'

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in