উত্তৰ প্ৰদেশ আৰক্ষীৰ আৰ্হি ডিব্ৰুগড় আৰক্ষীৰঃ ডিব্ৰুগড়ত প্ৰশাসনে অভিযুক্তৰ ঘৰত চলালে বুলড’জাৰ

উত্তৰ প্ৰদেশ আৰক্ষীৰ আৰ্হি ডিব্ৰুগড় আৰক্ষীৰঃ ডিব্ৰুগড়ত প্ৰশাসনে অভিযুক্তৰ ঘৰত চলালে বুলড’জাৰ
  • অপৰাধাৰী ঘৰত চলিল প্ৰশাসনৰ বুলড'জাৰ।
  • উত্তৰ প্ৰদেশ আৰক্ষীৰ আৰ্হি অসম আৰক্ষীৰ।
  • ডিব্ৰুগড়ত অপৰাধীৰ সম্পত্তিত প্ৰশাসনে চলালে বুলড'জাৰ।
  • বিনীত বাগাৰীয়াৰ আত্মহত্যাৰ অভিযোগত অভিযুক্তৰ ঘৰত চলিল বুলড'জাৰ।
  • বৈদুল্লা খান নামৰ অভিযুক্তজনৰ সম্পত্তিত চলালে বুলড'জাৰ।
  • বৈদুল্লা খানৰ ঘৰত প্ৰশাসনে চলালে উচ্ছেদ অভিযান।
  • ডিব্ৰুড়ৰ লাহোৱালৰ ঘোঁৰামৰাত সংঘটিত হৈছে এই ঘটনা।
  • মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিনীত বাগাৰীয়াৰ আত্মহত্যাৰ ঘটনা সন্দৰ্ভত প্ৰশ্ন কৰিছিল ডিব্ৰুগড় আৰক্ষীক।
  • মুকলিকৈয়ে মুখ্যমন্ত্ৰীয়ে ককৰ্থনা কৰিছিল ডিব্ৰুগড় আৰক্ষী তথা প্ৰশাসনক।
  • বিনীত বাগাৰীয়া তথা অসমৰ ৰাইজৰ আগত ডিব্ৰুগড় আৰক্ষীৰ নিষ্ক্ৰিয়তাৰ বাবে ক্ষমাও বিচাৰিছিল মুখ্যমন্ত্ৰীয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in