বিটিচিত ১৫ ডিচেম্বৰত ৰাজহুৱা বন্ধ ঘোষনা…

বিটিচিত ১৫ ডিচেম্বৰত ৰাজহুৱা বন্ধ ঘোষনা…
  • বিটিচিত ১৫ ডিচেম্বৰ মঙলবাৰে ৰাজহুৱা বন্ধ ঘোষনা ।
  • কোকৰাঝাৰ, চিৰাং,বাস্কা আৰু ওদালগুৰি জিলাত ঘোষনা ৰাজহুৱা বন্ধ ।
  • শপত গ্ৰহন অনুষ্ঠানৰ বাবে বন্ধ ঘোষনা কৰে ।
  • কোকৰাঝাৰৰ বডোফা নগৰৰ গ্ৰীন ফিল্ডত অনুষ্ঠিত হ'ব শপত গ্ৰহন অনুষ্ঠান ।
  • ১৫ ডিচেম্বৰ মঙলবাৰে ১১ বজাত আৰম্ভ হ'ব শপত গ্ৰহন অনুষ্ঠান ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in