কপিলী জলবিদ্যুৎ প্ৰকল্পৰ পাইপ লাইন বিস্ফোৰণ, ৪ কৰ্মচাৰী সন্ধানহীন…VIDEO

কপিলী জলবিদ্যুৎ প্ৰকল্পৰ পাইপ লাইন বিস্ফোৰণ, ৪ কৰ্মচাৰী সন্ধানহীন…VIDEO
  • নীপক' পৰিচালিত কপিলী জলবিদ্যুৎ প্ৰকল্পৰ পাইপলাইন বিস্ফোৰিত হৈছে।
  • কমেও চাৰিজন কৰ্মচাৰীৰ মৃত্যুৰ আশংকা ।
  • ডিমা হাচাওৰ উমৰাংচুস্থিত প্ৰকল্পটোৰ পাইপলাইন ফাটি যোৱাৰ ফলত নীপক' পাৱাৰ হাউছকে ধৰি সমগ্ৰ অঞ্চল প্লাৱিত হৈ পৰিছে।
  • পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে ৰাষ্ট্ৰীয় দুৰ্য্যোগ প্ৰশমন বাহিনী আৰু অসম ৰাইফলছৰ সহায় বিচাৰিছে নীপক'ই ।
  • তীব্ৰবেগী পানীয়ে উদ্ধাৰ অভিযানত বাধা দিছে এন ডি আৰ এফক।
  • নীপকো পাৱাৰ হাউছকে ধৰি সমগ্ৰ অঞ্চল এতিয়া পানীৰ তলত।
  • পাৱাৰ ষ্টে'চনৰ টাৰ্বাইনলৈ পানী কঢ়িয়াই নিয়া পাইপলাইন সোমবাৰে ৰাতিপুৱা ফাটি গৈছিল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in