Published on:
Updated on:
- ঘোষণা কৰা হ'ল ২০২১ চনৰ ৰাজ্যিক প্ৰাথমিক টেটৰ ফলাফল।
- বুধবাৰে পুৱা ১১ বজাত ঘোষণা কৰা হ'ল এই ফলাফল।
- নিম্ন প্ৰাথমিক টেটত এইবাৰ অৱতীৰ্ণ হৈছিল মুঠ ১৪৪০৬৫ গৰাকী।
- উত্তীৰ্ণ হ'ল মুঠ ২৩৩৯৪ গৰাকী।
- নিম্ন প্ৰাথমিকত উত্তীৰ্ণৰ হাৰ ১৬.২৪ শতাংশ।
- উচ্চ প্ৰাথমিকত অৱতীৰ্ণ হৈছিল মুঠ ১১৪৭১৯ গৰাকী।
- উত্তীৰ্ণ হৈছে মুঠ ২০৬৩৯ গৰাকী।
- সেই অনুসৰি উত্তীৰ্ণৰ হাৰ ১৭.৯৯ শতাংশ।
Code:
Asomiya Pratidin
www.asomiyapratidin.in