টি জি বৰুৱা মেম’ৰিয়েল টি-২০ৰ ছেমিফাইনেলত আছাম টকছ

টি জি বৰুৱা মেম’ৰিয়েল টি-২০ৰ ছেমিফাইনেলত আছাম টকছ
  • টি জি বৰুৱা মেম'ৰিয়েল টি-২০ মিডিয়া প্ৰতিযোগিতাৰ প্ৰথমখন কোৱাৰ্টাৰ ফাইনেলত আছাম টকছৰ জয়লাভ।
  • অসমীয়া প্ৰতিদিনৰ বিৰুদ্ধে ২ উইকেটত জয় সাব্যস্ত কৰে আছাম টকছে।
  • প্ৰথমে বেট ধৰি ১০ উইকেটৰ বিনিময়ত ৯৭ ৰান সংগ্ৰহ কৰিছিল অসমীয়া প্ৰতিদিনে।
  • বিজয়ৰ লক্ষ্য অনুসৰণ কৰি ১৮.৩ অভাৰত ৮ উইকেটৰ বিনিময়ত বিজয় লক্ষ্যত উপনীত হয় আছাম টকছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in