শেহতীয়া খবৰ
লামডিং-পাথৰখোলাৰ ৰে'ল ষ্টেচনৰ মাজত অচিনাক্ত মৃতদেহ উদ্ধাৰ  •  অব্যাহত বিজেপিৰ কেন্দ্ৰীয় নিৰ্বাচনী কমিটিৰ বৈঠক, কাৰ মুখত বিৰিঙিব হাঁহি  •  অব্যাহত বিজেপিৰ কেন্দ্ৰীয় নিৰ্বাচনী কমিটিৰ বৈঠক, কাৰ মুখত বিৰিঙিব হাঁহি  •  গৃহকন্দল! মোডীভক্ত পিতৃয়ে কংগ্ৰেছৰ টিকট লাভ কৰা পুত্ৰক কৰিলে 'ত্যাজ্যপুত্ৰ’  •  অৰুণাচলত জব্দ ৩৪.৯ লাখ টকা  •  ৭ আলফা (স্বাঃ)ৰ কেডাৰে আৰক্ষীক চমজালে কি কি অস্ত্ৰ-শস্ত্ৰ, চাওক VIDEO  •  শিৱসেনাৰ ভৱিষ্যৎবাণী- ২০১৯ত ২১০ খন আসন লাভ কৰিব বিজেপিয়ে  •  যোৰহাট আৰু লখিমপুৰ সমষ্টিত চিপিআইৰ প্ৰাৰ্থীৰ নাম ঘোষণা...  •  যোৰহাট আৰু লখিমপুৰ সমষ্টিত চিপিআইৰ প্ৰাৰ্থীৰ নাম ঘোষণা...  •  বিজেপিৰ নিৰ্বাচনী কমিটীৰ বৈঠক অব্যাহত, বিলম্ব হ’ব প্ৰাৰ্থী তালিকা ঘোষণাত

টি জি বৰুৱা মেম’ৰিয়েল টি-২০ৰ ছেমিফাইনেলত আছাম টকছ

273
  • টি জি বৰুৱা মেম’ৰিয়েল টি-২০ মিডিয়া প্ৰতিযোগিতাৰ প্ৰথমখন কোৱাৰ্টাৰ ফাইনেলত আছাম টকছৰ জয়লাভ।
  • অসমীয়া প্ৰতিদিনৰ বিৰুদ্ধে ২ উইকেটত জয় সাব্যস্ত কৰে আছাম টকছে।
  • প্ৰথমে বেট ধৰি ১০ উইকেটৰ বিনিময়ত ৯৭ ৰান সংগ্ৰহ কৰিছিল অসমীয়া প্ৰতিদিনে।
  • বিজয়ৰ লক্ষ্য অনুসৰণ কৰি ১৮.৩ অভাৰত ৮ উইকেটৰ বিনিময়ত বিজয় লক্ষ্যত উপনীত হয় আছাম টকছে।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি