শেহতীয়া খবৰ
ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ সাহায্যৰে পশু চিকিৎসা বিভাগৰ প্ৰশিক্ষণঃ আত্মসহায়ক গোটৰ মাজত গৰু, গাহৰি বিতৰণ  •  পুনৰ উত্তপ্ত মৰিয়নিঃ নাগালেণ্ড সীমান্তৰ পৰা অসম আৰক্ষী প্ৰত্যাহাৰ কৰাৰ পাছতে নগাই আঁৰিলে ফলক  •  পুনৰ উত্তপ্ত মৰিয়নিঃ নাগালেণ্ড সীমান্তৰ পৰা অসম আৰক্ষী প্ৰত্যাহাৰ কৰাৰ পাছতে নগাই আঁৰিলে ফলক  •  ৰবী কুমাৰলৈ পুৰস্কাৰৰ বৰষুণঃ চাকৰি, টকা, মাটি..  •  ৰবী কুমাৰলৈ পুৰস্কাৰৰ বৰষুণঃ চাকৰি, টকা, মাটি..  •  ৰবী কুমাৰলৈ পুৰস্কাৰৰ বৰষুণঃ চাকৰি, টকা, মাটি..  •  ঢকুৱাখনাত প্ৰয়াত সংবাদসেৱী অনিৰ্বাণ বৰগোঁহাইৰ স্মৃতিচাৰণ সভা...  •  মিজোৰাম ভ্ৰমণৰ পৰা বিৰত থাকিবলৈ জাৰি কৰা নিৰ্দেশনা প্ৰত্যাহাৰ অসম চৰকাৰৰ  •  মিজোৰাম ভ্ৰমণৰ পৰা বিৰত থাকিবলৈ জাৰি কৰা নিৰ্দেশনা প্ৰত্যাহাৰ অসম চৰকাৰৰ  •  ভাৰতীয় হকী দলটোত দলিত খেলুৱৈ থকাৰ বাবেই পৰাস্ত হ'লঃ হকী খেলুৱৈৰ ঘৰৰ সন্মুখত আতচবাজী ফুটাই উল্লাখ তথাকথিত উচ্চ বৰ্ণৰ

ৰাজ্যিক কেবিনেটৰ সিদ্ধান্তসমূহ…

ৰাজ্যিক কেবিনেটৰ সিদ্ধান্তসমূহ…

  • ৰাজ্যিক কেবিনেটৰ বৈঠক সমাপ্ত।
  • জনতা ভৱনত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত হৈছিল এই কেবিনেট বৈঠক।
  • গৃহৰক্ষী জোৱান বৰছিং বে’ক কনিষ্টবল হিচাপে নিযুক্তি প্ৰদান।
  • বৰছিং বে’ক গৃহৰক্ষী জোৱান হিচাপে নিযুক্তিৰ সিদ্ধান্তত অনুমোদন ৰাজ্যিক কেবিনেটৰ।
  • মাইক্ৰ’ফাইনেন্সৰ ঋণ ৰেহাই সন্দৰ্ভতো গ্ৰহণ কৰা হৈছে গুৰুতত্বপূৰ্ণ সিদ্ধান্ত।

ক্লিক কৰি পঢ়কঃ মেট্ৰিকৰ ৰিজাল্টক লৈ গুৰুত্বপূৰ্ণ সিদ্ধান্ত…

  • মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পূৰ্বে মাইক্র’ফাইনেন্সৰ ঋণ ৰেহাই সন্দৰ্ভত গ্ৰহণ কৰা সিদ্ধান্তক অনুমোদন ৰাজ্যিক কবিনেটৰ।
  • চৰকাৰী শিক্ষানুষ্ঠানৰ বাবে মাটি আবন্তন দিবলৈ জিলা উপায়ুক্তই ল’ব পাৰিব সিদ্ধান্ত।
  • গ্ৰামাঞ্চলতহে এই নীতি প্ৰযোজ্য হ’ব।
  • হাতী-মানুহৰ সংঘাতৰ ক্ষেত্ৰতো গুৰুত্বপূৰ্ণ সিদ্ধান্ত।
  • হাতীৰ আক্ৰামণৰ ক্ষতিপূৰ্ণ ডি এফ অ’য়ে নিজেই প্ৰদান কৰিব পাৰিব।
  • অইল, অ’ এন জি চিয়ে মাটি অধগ্ৰহণ কৰিলে দিব লাগিব উচিত মূল্য।
  • চহৰ অঞ্চলত মাটিৰ মূল্যৰ উপৰিও দিব লাগিব ১২ লাখ টকা।
  • গ্ৰাম্য অঞ্চলত মাটিৰ মূল্যৰ উপৰিও দিব লাগিব ১০ লাখ টকা।
  • প্ৰতি বিঘা মাটিৰ বিনিময়ত দিব লাগিব এই ধন।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি