শেহতীয়া খবৰ
মুম্বাইৰ লীলাৱতী হাস্পতালত ভৰ্তি অভিনেতা সঞ্জয় দত্ত...  •  ৰাজ্যত পুনৰ ২২১৮ জনৰ দেহত কোভিড পজিটিভ, আক্ৰান্তৰ সংখ্যা ৫৭,৭১৪জনলৈ বৃদ্ধি...  •  দৰঙত কোভিডত আক্ৰান্তৰ সংখ্যা ১৭৩০ জনলৈ বৃদ্ধি..  •  ৰাজ্যৰ আৰু এগৰাকী বিধায়ক আক্ৰান্ত কোৰোনাত...  •  সুশান্ত সিঙে কাম অভাৱত আত্মহত্যা কৰা নাছিল! মৃত্যুৰ আগদিনাও পাইছিল দুখন চিনেমাৰ অফাৰ...  •  কোভিড-১৯ঃ ৰাজ্যত পুনৰ ১৭৮২জন লোক হৈছে সুস্থ...  •  দুখবৰঃ ৰাজ্যত কোৰোনাত আক্ৰান্ত ৮জনৰ মৃত্যু...  •  ৫ শ্ৰেষ্ঠ ৰম্যপূৰীৰ অন্যতম পানীমূৰ-উমৰাংছুত শগুণ পৰাদি পৰিছে চূণশিল-কয়লা-বালি-শিলৰ লুন্ঠনকাৰী নেতা...  •  বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক আৰু শিলচৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্যলৈ কৃত্বিত্বৰ বঁটা...  •  দেশৰ প্ৰতিটো প্ৰান্তত পাব হাইস্পিড ইন্টাৰনেট, বিএছএনএলৰ ‘BookMyFiber’ পৰ্টেল মুকলি...

অসম সচিবালয়ৰ ‘বি’ ব্ল’কত ৰহস্যজনক অগ্নিকাণ্ড, জাহ গ’ল বহু গুৰুত্বপূৰ্ণ নথিপত্ৰ…

438
  • অসম সচিবালয়ত অগ্নিকাণ্ড।
  • অগ্নিকাণ্ডত জাহ গৈছে বহু গুৰুত্বপূৰ্ণ নথিপত্ৰ।
  • বি ব্ল’কৰ গ্ৰাউণ্ড ফ্ল’ৰত এই অগ্নিকাণ্ড।
  • এতিয়ালৈকে অগ্নিকাণ্ডৰ কাৰণ জানিবলৈ পৰা হোৱা নাই।
  • এই ব্ল’কতে আছে জনস্বাস্থ্য আৰু গড়কাপ্টানি বিভাগৰ কাৰ্যালয়।
  • সন্দেহ কৰা হৈছে শ্বৰ্ট চাৰ্কিটৰ ফলতেই এই অগ্নিকাণ্ড সংঘটিত হৈছে।
  • এই অগ্নিকাণ্ডক লৈ সৃষ্টি হৈছে ৰহস্যৰ।
  • পূৰ্বেও সচিবালয়ত সংঘটিত হৈছিল অগ্নিকাণ্ড।
  • সেই অগ্নিকাণ্ডৰ কাৰণ আজিও জানিব পৰা হোৱা নাই।
  • ১৩খনকৈ অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ীয়ে জুই নিৰ্বাপনৰ চেষ্টা অব্যাহত ৰাখিছে।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি