অসম সচিবালয়ৰ ‘বি’ ব্ল’কত ৰহস্যজনক অগ্নিকাণ্ড, জাহ গ’ল বহু গুৰুত্বপূৰ্ণ নথিপত্ৰ…

অসম সচিবালয়ৰ ‘বি’ ব্ল’কত ৰহস্যজনক অগ্নিকাণ্ড, জাহ গ’ল বহু গুৰুত্বপূৰ্ণ নথিপত্ৰ…
  • অসম সচিবালয়ত অগ্নিকাণ্ড।
  • অগ্নিকাণ্ডত জাহ গৈছে বহু গুৰুত্বপূৰ্ণ নথিপত্ৰ।
  • বি ব্ল'কৰ গ্ৰাউণ্ড ফ্ল'ৰত এই অগ্নিকাণ্ড।
  • এতিয়ালৈকে অগ্নিকাণ্ডৰ কাৰণ জানিবলৈ পৰা হোৱা নাই।
  • এই ব্ল'কতে আছে জনস্বাস্থ্য আৰু গড়কাপ্টানি বিভাগৰ কাৰ্যালয়।
  • সন্দেহ কৰা হৈছে শ্বৰ্ট চাৰ্কিটৰ ফলতেই এই অগ্নিকাণ্ড সংঘটিত হৈছে।
  • এই অগ্নিকাণ্ডক লৈ সৃষ্টি হৈছে ৰহস্যৰ।
  • পূৰ্বেও সচিবালয়ত সংঘটিত হৈছিল অগ্নিকাণ্ড।
  • সেই অগ্নিকাণ্ডৰ কাৰণ আজিও জানিব পৰা হোৱা নাই।
  • ১৩খনকৈ অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ীয়ে জুই নিৰ্বাপনৰ চেষ্টা অব্যাহত ৰাখিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in