অসম ৰাইফলছৰ অভিযানঃ অসম-নাগালেণ্ড সীমান্তত বৃহৎ অস্ত্ৰ, গুলীবাৰুদৰ সৈতে এন এছ চি এনৰ কেডাৰ আটক

অসম ৰাইফলছৰ অভিযানঃ অসম-নাগালেণ্ড সীমান্তত বৃহৎ অস্ত্ৰ, গুলীবাৰুদৰ সৈতে এন এছ চি এনৰ কেডাৰ আটক
  • অসম-নাগালেণ্ড সীমান্তত ১৪ ৰ্থ অসম ৰাইফলছৰ অভিযান।
  • এই অভিযানত অসম ৰাইফলছে ধ্বংস কৰিছে এন এছ চি এন (আই এম)ৰ শিবিৰ।
  • অভিযানত আটক চাৰিজন এন এছ চি এনৰ কেডাৰ।
  • কেডাৰ কেইজনৰ পৰা জব্দ কৰিছে বৃহৎ পৰিমাণৰ অস্ত্ৰ।
  • অসম ৰাইফলছে জব্দ কৰিছে একে-৪৭, একে-৫৬, একে-৮১, এম-১৬ ৰাইফল।
  • ইয়াৰোপৰি জব্দ কৰিছে বৃহৎ পৰিমাণৰ গুলী বাৰুদ।
  • অসম-নাগালেণ্ড সীমান্তৰ মেৰাপানীৰ মিকিৰাং বস্তিত চলাইছিল এই অভিযান।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in