১ মাৰ্চত অসমত ৰাজ্যসভাৰ আসনৰ বাবে অনুষ্ঠিত হ’ব উপ নিৰ্বাচন…

১ মাৰ্চত অসমত ৰাজ্যসভাৰ আসনৰ বাবে অনুষ্ঠিত হ’ব উপ নিৰ্বাচন…
  • ৰাজ্যসভাৰ আসনৰ বাবে ১ মাৰ্চত অসমত উপ-নিৰ্বাচন
  • ৰাজ্যসভাৰ খালী হৈ থকা এখন আসনৰ বাবে হ'ব নিৰ্বাচন
  • বিশ্বজিৎ দৈমাৰীৰ পদত্যাগৰ পিছত খালী হৈ আছে আসনখন
  • ১১ ফেব্রুৱাৰীত এই সন্দৰ্ভত জাৰি কৰা হ'ব জাননী
  • ১৮ ফেব্রুৱাৰী মনোনয়ন দাখিলৰ অন্তিম দিন
  • ২২ ফেব্রুৱাৰী প্রাৰ্থিত্ব প্রত্যাহাৰ কৰাৰ অন্তিম দিন
  • ১ মাৰ্চতে ভোটদানৰ অন্তত অনুষ্ঠিত হ'ব ভোটগণনা

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in