ডুমডুমাৰ বাঘজান আৰক্ষী থানাত উত্তপ্ত পৰিস্থিতি…

ডুমডুমাৰ বাঘজান আৰক্ষী থানাত উত্তপ্ত পৰিস্থিতি…
  • ডুমডুমাৰ বাঘজান আৰক্ষী থানাত উত্তপ্ত পৰিস্থিতি।
  • দিয়ামূলী চাহ বাগিচাৰ শ্রমিক আৰু দল সংগঠনৰ প্রতিবাদ।
  • নাৰী দেহ ব্যৱসায়ী আগৰুম আলীক গ্রেপ্তাৰৰ দাবীত প্রতিবাদ।
  • আগৰুম আলীৰ বাসগৃহত অগ্নিসংযোগ উত্তেজিত ৰাইজৰ।
  • উত্তেজিত ৰাইজক নিয়ন্ত্রণৰ বাবে আৰক্ষীৰ গুলীচালনা।
  • আলীৰ বিৰুদ্ধে বাগিচাখনৰ এগৰাকী যুৱতীক ধৰ্ষণৰ অভিযোগ।
  • প্রলোভনেৰে যুৱতীগৰাকীক কলকাতালৈ লৈ গৈছিল আলীয়ে।
  • আগৰুম আলী ওৰফে চাহবুদ্দিন খানৰ বিৰুদ্ধে অভিযোগ যুৱতীগৰাকীৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in