অসম আৰক্ষীৰ শীৰ্ষ পৰ্যায়ত ৰদবদল…

অসম আৰক্ষীৰ শীৰ্ষ পৰ্যায়ত ৰদবদল…
  • অসম আৰক্ষীৰ শীৰ্ষ পৰ্যায়ত কৰা হৈছে ৰদবদল।
  • আৰক্ষী বিষয়া মুন্না প্ৰসাদ গুপ্তাক বদলি কৰা হৈছে।
  • গুপ্তাক বদলি কৰা হৈছে চিআইডিৰ এডিজিপি ৰূপে।
  • অৱশ্যে আৰক্ষী আয়ুক্তৰ পদত দায়িত্ব অব্যাহত ৰাখিব মুন্না প্ৰসাদ গুপ্তাই।
  • ইফালে, এছ বিৰ আইজিপি হীৰেণ চন্দ্ৰ নাথক দিয়া হৈছে পদোন্নতি।
  • হীৰেণ চন্দ্ৰ নাথক এছ বিৰ এডিজিপি ৰূপে পদোন্নতি।
  • আনহাতে, হীৰেণ নাথৰ স্থানত বিনীতা শৰ্মাক দিয়া হৈছে দায়িত্ব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in