শনিবাৰৰ বিস্ফোৰণৰ পাছতে তৎপৰ মহানগৰ আৰক্ষী, শীর্ষ পৰ্যায়ৰ বিষয়াৰ বৈঠক

  • শনিবাৰৰ বিস্ফোৰণৰ ঘটনাৰ পাছতে তৎপৰ হৈছে মহানগৰ আৰক্ষী।
  • মহানগৰীৰ বিভিন্ন স্থানত যানবাহন আৰক্ষীৰ তালাচী।
  • পানবজাৰ আৰক্ষী আয়ুক্তৰ কাৰ্যালয়ত আৰক্ষীৰ শীর্ষ পৰ্যায়ৰ বিষয়াৰ বৈঠক।
  • আৰক্ষী সঞ্চালক প্ৰধান কুলধৰ শইকীয়াৰ উপস্থিতিত বৈঠক।
  • মহানগৰীৰ ৩ আৰক্ষী জিলাৰ শীৰ্ষ বিষয়া উপস্থিত।
  • দুৰ্গাপূজা, পৰেশ বৰুৱা, নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত বাঙালী সংগঠনৰ সভাক লৈও আলোচনা।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in