অসমত পেট্ৰ’লে মাৰিলে চেঞ্চুৰী!

অসমত পেট্ৰ’লে মাৰিলে চেঞ্চুৰী!
  • ৰাজ্যত বৃদ্ধি পালে পেট্ৰ'লৰ মূল্য।
  • অসমৰ বিভিন্ন জিলাত এতিয়া চেঞ্চুৰী পালেগৈ পেট্ৰ'লৰ প্ৰতিলিটাৰৰ মূল্য।
  • ১০০ টকা প্ৰতিলিটাৰ পেট্ৰ'লৰ মূল্য হোৱা জিলা কেইখন ক্ৰমে-
  • ধেমাজি, লখিমপুৰ, মাজুলী, বিশ্বনাথ, নগাঁও,
  • পশ্চিম কাৰ্বি আংলং, ডিমা হাচাও, ওদালগুৰি, কৰিমগঞ্জ আৰু শিৱসাগৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in