ৰাজ্যত কোৰোনাত আক্ৰান্ত হৈ আন এজন লোকৰ মৃত্যু…

ৰাজ্যত কোৰোনাত আক্ৰান্ত হৈ আন এজন লোকৰ মৃত্যু…
  • ৰাজ্যত কোৰোনাত আক্ৰান্ত হৈ আন এজন লোকৰ মৃত্যু।
  • গুৱাহাটীৰ আই আই টিৰ কোভিড কেয়াৰ চেন্টাৰত আছিল লোকজন।
  • লোকজনৰ নাম হৰেশ্বৰ নাথ।
  • লোকজনৰ বয়স ৫৩বছৰ।
  • তেওঁ সুস্থ আছিল যদিও শেহতীয়াকৈ শ্বাস-প্ৰশ্বাসত কিছু অসুবিধাৰ সৃষ্টি হৈছিল।
  • উল্লেখ্য যে, কিছুসময়ৰ পূৰ্বে জি এম চি এইচত ৪গৰাকী লোকৰ মৃত্যু হৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in