শেহতীয়া খবৰ
কোকৰাঝাৰত আৰম্ভ নিৰ্বাচনী হিংসা, বিপিএফৰ কাৰ্যালয় লণ্ডভণ্ড...  •  মহাৰাষ্ট্ৰ বিধান পৰিষদৰ নিৰ্বাচনত বিজেপিৰ মুখ থেকেচা, ৬ খন আসনৰ ১খনত জয়লাভ...  •  ৫ ডিচেম্বৰত অন্ত পৰিব বিটিচি প্ৰথম পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰ, ৭ ডিচেম্বৰত ২১ টা সমষ্টিত ভোটগ্ৰহন...  •  সিংঘু সীমাত কৃষকৰ বৈঠক, চৰকাৰৰ সৈতে পৰৱৰ্তী আলোচনাৰ বাবে ৰণনীতি প্ৰস্তুত...  •  কোৰোনা ভেকচিনৰ প্ৰথম পৰ্যায়ৰ টিকাকৰনৰ বাবে সাজু হৈছে অৰুনাচল প্ৰদেশ...  •  চাইক্লন বুৰেভিৰ বাবে থিৰুবন্তপুৰম বিমানবন্দৰে স্থগিত কৰে উৰাজাহাজৰ যাত্ৰা...  •  মডেৰ্নাৰ কোৰোনা ভেকচিনে ৩ মাহ পৰ্যন্ত শৰীৰত এণ্টিবডি বোৰ ৰখাত সহায় কৰে...  •  আৰম্ভ হ'ল হাইদৰাবাদ পৌৰ নিগম নিৰ্বাচনৰ ভোটগননা...  •  শনিবাৰে পুনৰ প্ৰতিবাদী কৃষকৰ সৈতে আলোচনাত বহিব কেন্দ্ৰীয় চৰকাৰ...  •  নগাঁৱৰ জলাহগাৱঁৰ ৰাসত গোপী ৰূপত নৃত্য ডাক্তৰৰ, কোৰোনাৰ বাবে সজাগতা...

ৰাজ্যত কোৰোনাত আক্ৰান্ত হৈ আন এজন লোকৰ মৃত্যু…

512
  • ৰাজ্যত কোৰোনাত আক্ৰান্ত হৈ আন এজন লোকৰ মৃত্যু।
  • গুৱাহাটীৰ আই আই টিৰ কোভিড কেয়াৰ চেন্টাৰত আছিল লোকজন।
  • লোকজনৰ নাম হৰেশ্বৰ নাথ।
  • লোকজনৰ বয়স ৫৩বছৰ।
  • তেওঁ সুস্থ আছিল যদিও শেহতীয়াকৈ শ্বাস-প্ৰশ্বাসত কিছু অসুবিধাৰ সৃষ্টি হৈছিল।
  • উল্লেখ্য যে, কিছুসময়ৰ পূৰ্বে জি এম চি এইচত ৪গৰাকী লোকৰ মৃত্যু হৈছে।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি