শেহতীয়া খবৰ
এছকাৰ্ড বেংকৰ সকলো বিত্তীয় লেনদেনৰ নথি জব্দৰ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ...  •  পথৰ ওপৰত ট্ৰেভেলাৰ বাগৰি ছজনকৈ লোক আহত....  •  সোণৰ চোৰাং ব্যৱসায়ৰ বিৰুদ্ধে আৰক্ষীৰ অভিযানঃ কুখ্যাত ব্যৱসায়ী ছাহজামালক গ্ৰেপ্তাৰ, ২৭ লাখ টকা জব্দ...  •  মঙলদৈত ভৰা নদীত পৰি এজনৰ মৃত্যু...  •  ৰৌতাত জলসিঞ্চন বিভাগৰ বিৰুদ্ধে ক্ষোভ কৃষকৰ : হাতে হাতে দাঁ, কোৰ লৈ ওলাই আহিল সাধাৰণ কৃষক...  •  ছিপাঝাৰৰ পশ্চিম কুৰুৱাত নাও দুৰ্ঘটনাঃ ৪ জনক উদ্ধাৰ, এতিয়াও সন্ধানহীন আন এজন...  •  নগাওঁ শেনচোৱাত বাগৰি পৰা ট্ৰেভালৰত খুন্দা ছুইফট বাহনৰ...  •  মাৰ্ঘেৰিটাৰ পৰা অৰুণাচললৈ সৰবৰাহৰ যো-জা চলোৱা ১৮ টা গৰুসহ বলেৰ' পিকআপ গাড়ী জব্দ...  •  নগাঁও-হোজাইত দেওঁবাৰে জ্বলিব ড্ৰাগছ...  •  সীমান্তৰ ভালুকমাৰীগাঁৱত অসমৰ লোকক এঘৰীয়া কৰাৰ ষড়যন্ত্ৰ ব্যৰ্থ...

অসম পালেহি নেকি? মেঘালয়লৈ যোৱা অসমৰ পৰ্যটকৰ দেহত অমিক্ৰন…

ডিজিটেল ডেস্কঃ অসম পালেহি অমিক্ৰণ। শেহতীয়াকৈ বিভিন্ন সংবাদমাধ্যমত প্ৰকাশ পাইছে এই খবৰ। প্ৰকাশিত খবৰ অনুসৰি, মেঘালয়লৈ যোৱা অসমৰ ৫গৰাকী পৰ্যটকৰ দেহত ধৰা পৰিছে অমিক্ৰণ। এই ৫গৰাকীৰ ভিতৰত এগৰাকীৰ ঘৰ অসমত বুলি জানিব পৰা গৈছে। খবৰ প্ৰকাশিত হৈছে যদিও এতিয়ালৈকে মেঘালয় চৰকাৰ বাব অসম চৰকাৰে কোনো তথ্য আনুষ্ঠানিকভাৱে প্ৰকাশ কৰা নাই।