আগন্তুক ৫ দিনলৈ ৰাজ্যত ধাৰাষাৰ বৰষুণ..

আগন্তুক ৫ দিনলৈ ৰাজ্যত ধাৰাষাৰ বৰষুণ..

  • সোমবাৰৰ পৰা ৰাজ্যৰ ভিন্ন প্ৰান্তত প্ৰবল বৃষ্টিপাতৰ সম্ভাৱনা।
  • বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই ব্যক্ত কৰিলে এই সম্ভাৱনা।
  • প্ৰকাশিত তথ্য অনুসৰি সোমবাৰৰ পৰা বৃহস্পতিবাৰলৈকে বৃষ্টিপাতৰ পৰিমাণ বৃদ্ধি হ'ব।
  • অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ আন আন ৰাজ্যসমূহতো প্ৰবল বৃষ্টিপাতৰ সম্ভাৱনা আছে।
  • মৌচুমী বতাহৰ প্ৰভাৱৰ বাবেই প্ৰবল বৃষ্টিপাত হোৱাৰ সম্ভাৱনা।
  • বংগোপসাগৰৰ পৰা উত্তৰ পূবৰ কাষেৰে পাৰ হৈ যাব মৌচুমী বতাহ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in