শেহতীয়া খবৰ
কোভিডত আক্ৰান্ত হৈ শিঙিমাৰী কোভিড কেয়াৰ হস্পিতালত এজনৰ মৃত্যু...  •  ড০ হিমন্ত বিশ্ব শৰ্মা লৈ অভিনন্দন অসম প্ৰদেশ কংগ্ৰেছৰ...  •  সোমবাৰে মুখ্যমন্ত্ৰী ৰূপে শপত গ্ৰহন কৰিব হিমন্ত বিশ্ব শৰ্মাই...  •  সোমবাৰে মুখ্যমন্ত্ৰী ৰূপে শপত গ্ৰহন কৰিব হিমন্ত বিশ্ব শৰ্মাই...  •  নৱ নিৰ্বাচিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আদৰণি…  •  বিহপুৰীয়াত কোভিড আক্ৰান্ত মহিলাৰ মৃত্যু...  •  সৰ্বানন্দ সোণোৱাল আমাৰ নেতা আছিল,অনাগত দিনতো আমাৰ নেতা হৈ থাকিব : হিমন্ত বিশ্ব শৰ্মা  •  কাজিৰঙাৰ বুঢ়া পাহাৰত ভয়ংকৰ পথ দুৰ্ঘটনা : শিশু মহিলাসহ ১১ জন আহত...  •  হিমন্ত বিশ্ব শৰ্মা...  •  হিমন্ত বিশ্ব শৰ্মা...

বুধবাৰৰ সন্ধিয়া ৬ বজাৰ পৰা ৰাজ্যত সান্ধ্য আইন জাৰি, দিনৰ ২ বজাতে বন্ধ কৰিব লাগিব দোকান-পোহাৰ…

876
  • ৰাজ্যত প্ৰতিদিনাই বৃদ্ধি পাইছে কোৰোনাৰ সংক্ৰমণ।
  • কোভিডৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য প্ৰশাসনৰ বৃহৎ তৎপৰতা।
  • বুধবাৰৰ পৰা ৰাজ্যত জাৰি সান্ধ্য আইন।
  • সন্ধিয়া ৬ বজাৰ পৰা পুৱা ৫ বজালৈ সান্ধ্য আইন জাৰি।
  • ইফালে, বুধবাৰৰ পৰা বিয়লি ২ বজাৰ পৰা বন্ধ হ’ব সকলো দোকান-পোহাৰ।
  • বিয়লি ২ বজালৈকেহে খুলিব পাৰিব ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ।
  • অৱশ্যে অত্যাৱশ্যকীয় সেৱাৰ ক্ষেত্ৰত শিথিল হ’ব এই নিয়ম।
  • সন্ধিয়া ৬ বজাৰ পৰা বাহিৰলৈ ওলাব নোৱাৰিব কোনো লোক।
  • বিবাহ আয়োজনৰ ক্ষেত্ৰতো নতুন নিয়মাৱলী প্ৰস্তুত।
  • মুকলি ঠাইত কোনোধৰণৰ সভা-সমিতি, অনুষ্ঠান পাতিব নোৱাৰিব।
  • শীঘ্ৰেই এই ক্ষেত্ৰত কৰা হ’ব আনুষ্ঠানিক ঘোষণা।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি