বুধবাৰৰ সন্ধিয়া ৬ বজাৰ পৰা ৰাজ্যত সান্ধ্য আইন জাৰি, দিনৰ ২ বজাতে বন্ধ কৰিব লাগিব দোকান-পোহাৰ…

বুধবাৰৰ সন্ধিয়া ৬ বজাৰ পৰা ৰাজ্যত সান্ধ্য আইন জাৰি, দিনৰ ২ বজাতে বন্ধ কৰিব লাগিব দোকান-পোহাৰ…
  • ৰাজ্যত প্ৰতিদিনাই বৃদ্ধি পাইছে কোৰোনাৰ সংক্ৰমণ।
  • কোভিডৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য প্ৰশাসনৰ বৃহৎ তৎপৰতা।
  • বুধবাৰৰ পৰা ৰাজ্যত জাৰি সান্ধ্য আইন।
  • সন্ধিয়া ৬ বজাৰ পৰা পুৱা ৫ বজালৈ সান্ধ্য আইন জাৰি।
  • ইফালে, বুধবাৰৰ পৰা বিয়লি ২ বজাৰ পৰা বন্ধ হ'ব সকলো দোকান-পোহাৰ।
  • বিয়লি ২ বজালৈকেহে খুলিব পাৰিব ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ।
  • অৱশ্যে অত্যাৱশ্যকীয় সেৱাৰ ক্ষেত্ৰত শিথিল হ'ব এই নিয়ম।
  • সন্ধিয়া ৬ বজাৰ পৰা বাহিৰলৈ ওলাব নোৱাৰিব কোনো লোক।
  • বিবাহ আয়োজনৰ ক্ষেত্ৰতো নতুন নিয়মাৱলী প্ৰস্তুত।
  • মুকলি ঠাইত কোনোধৰণৰ সভা-সমিতি, অনুষ্ঠান পাতিব নোৱাৰিব।
  • শীঘ্ৰেই এই ক্ষেত্ৰত কৰা হ'ব আনুষ্ঠানিক ঘোষণা।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in