আজিৰ পৰা ৰাজ্যজুৰি বলবৎ নতুন এছ অ’ পি…

আজিৰ পৰা ৰাজ্যজুৰি বলবৎ নতুন এছ অ’ পি…
  • শনিবাৰৰ পৰা ৰাজ্যত বলবৎ নতুন এছ অ' পি।
  • প্ৰাকপ্ৰাথমিকৰ পৰা পঞ্চম শ্ৰেণীলৈ পাঠদান বন্ধ।
  • নিশা ১০বজাৰ পৰা পুৱা ৬ বজালৈ সান্ধ্য আইন জাৰি।
  • গুৱাহাটী মহানগৰীত অষ্টম শ্ৰেণীলৈকে বন্ধ থাকিব অফলাইন পাঠদান।
  • নৱম, দশম আৰু একাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ পাঠদান প্ৰতি সপ্তাহত ৩ দিনকৈ হ'ব।
  • বিবাহ, উৎসৱ আদিত সমবেত হ'ব নোৱাৰিব ২০০তকৈ বেছি লোক।
  • অহা ৩০ জানুৱাৰী পৰ্যন্ত প্ৰযোজ্য হ'ব এই নিষেধাজ্ঞা।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in