অসমত কোৰোনাত আক্ৰান্ত লোকৰ সংখ্যাই অতিক্ৰম কৰিলে ১০০০…

প্ৰতীকি ফটো
প্ৰতীকি ফটো
  • অসমত নতুনকৈ কোৰোনা ধৰা পৰিছে ৮৯ গৰাকী লোকৰ দেহত।
  • ইয়াৰে ৩০ গৰাকী কামৰূপ জিলাৰ।
  • ১৭ গৰাকী তিনিচুকীয়া জিলাৰ, গুৱাহাটীৰ ১৪ গৰাকী, ১৪ গৰাকী ধুবুৰীৰ, ১০ গৰাকী কাছাৰৰ আৰু ৪ গৰাকী ধেমাজিৰ।
  • অসমত কোৰোনাত আক্ৰান্ত লোকৰ সংখ্যা ১০২৪ গৰাকীলৈ বৃদ্ধি পালে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in