অসম-নাগালেণ্ড সীমান্তত চিআৰপিএফৰ বিৰুদ্ধে ধন দাবীৰ অভিযোগ…

প্ৰতীকী ফটো
প্ৰতীকী ফটো
  • অসম-নাগালেণ্ড সীমান্তৰ বি ছেক্টৰৰ মাজগাঁৱত উত্তপ্ত পৰিস্থিতি।
  • চিআৰপিএফৰ কেম্পৰ সন্মুখত উত্তেজিত জনতাৰ বিক্ষোভ।
  • দীপক ৰাভা নামৰ এজন লোকৰ ঘৰত পুখুৰী খন্দাক লৈ চিআৰপিএফৰ বাধা।
  • চিআৰপিএফৰ অনুমতি নোলোৱাত পৰিয়ালটোক মাৰপিট চিআৰপিএফৰ জোৱানৰ।
  • লগতে ৫০ হাজাৰ টকা দাবীও চিআৰপিএফৰ জোৱানৰ।
  • চিআৰপিএফৰ বিৰুদ্ধে মহিলাক মাৰপিট কৰাৰ অভিযোগ উত্তেজিত জনতাৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in