অসম-মিজোৰামৰ মুখ্যমন্ত্ৰীক দিল্লীলৈ তলব অমিত শ্বাহৰ..

অসম-মিজোৰামৰ মুখ্যমন্ত্ৰীক দিল্লীলৈ তলব অমিত শ্বাহৰ..
  • বৃহস্পতিবাৰে দিল্লীলৈ তলব অসম আৰু মিজোৰামৰ মুখ্যমন্ত্ৰীক।
  • কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে তলব কৰিলে দুই ৰাজ্যৰ মুখ্যমন্ত্ৰীক।
  • অসম-মিজোৰাম সীমান্তৰ বিবাদ নিস্পত্তিৰ বাবে অনুষ্ঠিত হ'ব এই যুটীয়া বৈঠক।
  • বুধবাৰে দুয়ো ৰাজ্যৰ মুখ্য সচিব আৰু আৰক্ষী সঞ্চালক প্ৰধানৰ সৈতে পৃথকে পৃথকে গৃহ সচিবৰে অনুষ্ঠিত হৈছে বৈঠক।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in