শেহতীয়া খবৰ
নাকত তেল দি শুই থাকক আজমল!- গৰুখুঁটি ঘটনাৰ প্ৰতিবাদত কোন ৰাজনৈতিক নেতাই এৰিলে দল...  •  ঘিলামৰাৰ ছাত্ৰনেতাক সাংবাদিকৰ হত্যাৰ ভাবুকি গোচৰ নিষ্পত্তি...  •  গৰুখুঁটি কাণ্ডঃ দৰং জিলা উপায়ুক্ত কাৰ্যালয়ত কংগ্ৰেছৰ প্ৰতিবাদ...  •  গৰুখুঁটিত কি হৈ আছে !  •  গৰুখুটিৰ উচ্ছেদ বেআইনী আৰু অমানৱীয়ঃ মুখ্যমন্ত্ৰী ভাতৃ হোৱাৰ বাবেই আৰক্ষী অধীক্ষকৰ দাদাগিৰি...  •  হেমন্ত দত্তক মনত আছেনে? আজি তেওঁৰ ওপজা দিন...  •  দুৰ্দশাগ্ৰস্ত কোৱাইকটা সত্ৰৰ অস্তিত্ব ৰক্ষাৰ বাবে নামঘৰত একেলগে বহিল হিন্দু মুছলমান ভকত...  •  ঢকুৱাখনা মহাবিদ্যালয় এন এছ এছ গোটৰ  "ক্লিন ঢকুৱাখনা" কাৰ্যসূচী  •  তিনি আৰক্ষী, ৮ উচ্ছেদিত জি এম চি এইছত চিকিৎসাধীনঃ কিশোৰসহ আছে গুলীবিদ্ধ...  •  খৰ্গ দাহন পৰ্ব

মিজোৰাম ভ্ৰমণৰ পৰা বিৰত থাকিবলৈ জাৰি কৰা নিৰ্দেশনা প্ৰত্যাহাৰ অসম চৰকাৰৰ

  • অসম চৰকাৰৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা।
  • মিজোৰাম ভ্ৰমণ সংক্ৰান্তত ২৯ জুলাইত জাৰি কৰা নিৰ্দেশনা প্ৰত্যাহাৰ অসম চৰকাৰৰ।
  • HMA19/42/2021-VIG-H&P/Pt-I/ECF168844/28 নং নিৰ্দেশনাৰ জৰিয়তে মিজোৰাম ভ্ৰমণৰ পৰা বিৰত থাকিবলৈ আহ্বান জনাইছিল।
  • দুয়ো ৰাজ্যৰ মাজত বৃহস্পতিবাৰে অনুষ্ঠিত হোৱা বৈঠকৰ পাছতে এই সিদ্ধান্ত অসম চৰাকাৰৰ।
  • অসম চৰকাৰৰ গৃহ ৰাজনৈতিক পৰিক্ৰমাৰ ফালৰ পৰা এই জাননী জাৰি কৰা হৈছে।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি