মিজোৰাম ভ্ৰমণৰ পৰা বিৰত থাকিবলৈ জাৰি কৰা নিৰ্দেশনা প্ৰত্যাহাৰ অসম চৰকাৰৰ

মিজোৰাম ভ্ৰমণৰ পৰা বিৰত থাকিবলৈ জাৰি কৰা নিৰ্দেশনা প্ৰত্যাহাৰ অসম চৰকাৰৰ
  • অসম চৰকাৰৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা।
  • মিজোৰাম ভ্ৰমণ সংক্ৰান্তত ২৯ জুলাইত জাৰি কৰা নিৰ্দেশনা প্ৰত্যাহাৰ অসম চৰকাৰৰ।
  • HMA19/42/2021-VIG-H&P/Pt-I/ECF168844/28 নং নিৰ্দেশনাৰ জৰিয়তে মিজোৰাম ভ্ৰমণৰ পৰা বিৰত থাকিবলৈ আহ্বান জনাইছিল।
  • দুয়ো ৰাজ্যৰ মাজত বৃহস্পতিবাৰে অনুষ্ঠিত হোৱা বৈঠকৰ পাছতে এই সিদ্ধান্ত অসম চৰাকাৰৰ।
  • অসম চৰকাৰৰ গৃহ ৰাজনৈতিক পৰিক্ৰমাৰ ফালৰ পৰা এই জাননী জাৰি কৰা হৈছে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in