বন্ধুত্বপূৰ্ণভাৱেৰ সমস্যা সমাধানৰ বাবে সন্মত অসম-মিজোৰাম, বিবদমান অঞ্চলত মোতায়েন কৰা হ’ব চিএপিএফ…

বন্ধুত্বপূৰ্ণভাৱেৰ সমস্যা সমাধানৰ বাবে সন্মত অসম-মিজোৰাম, বিবদমান অঞ্চলত মোতায়েন কৰা হ’ব চিএপিএফ…
  • বন্ধুত্বপূৰ্ণভাৱেৰে সমাধান কৰা হ'ব অসম-মিজোৰাম সীমা সমস্যা।
  • অসম আৰু মিজোৰাম চৰকাৰ এই ক্ষেত্ৰত সন্মত হৈছে।
  • বিবদমান অঞ্চলত নিউট্ৰেল ফ'ৰ্চ মোতায়েন কৰাৰ পক্ষপাতি দুয়োখন ৰাজ্যৰ চৰকাৰ।
  • ৩০৬ নং ঘাইপথতো থাকিব চিএপিএফ বাহিনী।
  • বিবদমান অঞ্চলত কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনী মোতায়েন কৰা হ'ব।
  • গৃহ বিভাগে জনাইছে এই কথা।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in