শেহতীয়া খবৰ
নাকত তেল দি শুই থাকক আজমল!- গৰুখুঁটি ঘটনাৰ প্ৰতিবাদত কোন ৰাজনৈতিক নেতাই এৰিলে দল...  •  ঘিলামৰাৰ ছাত্ৰনেতাক সাংবাদিকৰ হত্যাৰ ভাবুকি গোচৰ নিষ্পত্তি...  •  গৰুখুঁটি কাণ্ডঃ দৰং জিলা উপায়ুক্ত কাৰ্যালয়ত কংগ্ৰেছৰ প্ৰতিবাদ...  •  গৰুখুঁটিত কি হৈ আছে !  •  গৰুখুটিৰ উচ্ছেদ বেআইনী আৰু অমানৱীয়ঃ মুখ্যমন্ত্ৰী ভাতৃ হোৱাৰ বাবেই আৰক্ষী অধীক্ষকৰ দাদাগিৰি...  •  হেমন্ত দত্তক মনত আছেনে? আজি তেওঁৰ ওপজা দিন...  •  দুৰ্দশাগ্ৰস্ত কোৱাইকটা সত্ৰৰ অস্তিত্ব ৰক্ষাৰ বাবে নামঘৰত একেলগে বহিল হিন্দু মুছলমান ভকত...  •  ঢকুৱাখনা মহাবিদ্যালয় এন এছ এছ গোটৰ  "ক্লিন ঢকুৱাখনা" কাৰ্যসূচী  •  তিনি আৰক্ষী, ৮ উচ্ছেদিত জি এম চি এইছত চিকিৎসাধীনঃ কিশোৰসহ আছে গুলীবিদ্ধ...  •  খৰ্গ দাহন পৰ্ব

বন্ধুত্বপূৰ্ণভাৱেৰ সমস্যা সমাধানৰ বাবে সন্মত অসম-মিজোৰাম, বিবদমান অঞ্চলত মোতায়েন কৰা হ’ব চিএপিএফ…

  • বন্ধুত্বপূৰ্ণভাৱেৰে সমাধান কৰা হ’ব অসম-মিজোৰাম সীমা সমস্যা।
  • অসম আৰু মিজোৰাম চৰকাৰ এই ক্ষেত্ৰত সন্মত হৈছে।
  • বিবদমান অঞ্চলত নিউট্ৰেল ফ’ৰ্চ মোতায়েন কৰাৰ পক্ষপাতি দুয়োখন ৰাজ্যৰ চৰকাৰ।
  • ৩০৬ নং ঘাইপথতো থাকিব চিএপিএফ বাহিনী।
  • বিবদমান অঞ্চলত কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনী মোতায়েন কৰা হ’ব।
  • গৃহ বিভাগে জনাইছে এই কথা।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি