শেহতীয়া খবৰ
নাকত তেল দি শুই থাকক আজমল!- গৰুখুঁটি ঘটনাৰ প্ৰতিবাদত কোন ৰাজনৈতিক নেতাই এৰিলে দল...  •  ঘিলামৰাৰ ছাত্ৰনেতাক সাংবাদিকৰ হত্যাৰ ভাবুকি গোচৰ নিষ্পত্তি...  •  গৰুখুঁটি কাণ্ডঃ দৰং জিলা উপায়ুক্ত কাৰ্যালয়ত কংগ্ৰেছৰ প্ৰতিবাদ...  •  গৰুখুঁটিত কি হৈ আছে !  •  গৰুখুটিৰ উচ্ছেদ বেআইনী আৰু অমানৱীয়ঃ মুখ্যমন্ত্ৰী ভাতৃ হোৱাৰ বাবেই আৰক্ষী অধীক্ষকৰ দাদাগিৰি...  •  হেমন্ত দত্তক মনত আছেনে? আজি তেওঁৰ ওপজা দিন...  •  দুৰ্দশাগ্ৰস্ত কোৱাইকটা সত্ৰৰ অস্তিত্ব ৰক্ষাৰ বাবে নামঘৰত একেলগে বহিল হিন্দু মুছলমান ভকত...  •  ঢকুৱাখনা মহাবিদ্যালয় এন এছ এছ গোটৰ  "ক্লিন ঢকুৱাখনা" কাৰ্যসূচী  •  তিনি আৰক্ষী, ৮ উচ্ছেদিত জি এম চি এইছত চিকিৎসাধীনঃ কিশোৰসহ আছে গুলীবিদ্ধ...  •  খৰ্গ দাহন পৰ্ব

পুনৰ অসম-মিজোৰাম সীমান্তত মিজো দুৰ্বৃত্তই অগ্নিসংযোগ কৰিলে অসমৰ বাসগৃহত

  • অসম-মিজোৰাম সীমান্তত পুনৰ উপদ্ৰৱ চলাইছে মিজো দুৰ্বৃত্তই।
  • সীমান্তৰ অসমৰ ব্যক্তিৰ ঘৰত অগ্নি সংযোগ কৰিছে মিজো দুৰ্বৃত্তই।
  • আজাদ হুছেইন নামৰ ব্যক্তিজনৰ ঘৰত অগ্নি সংযোগৰ ঘটনা সংঘটিত হৈছে।
  • আনহাতে সীমান্তৰ দুটা কৈ পাহাৰ খান্দি দুখন হেলিপেড নিৰ্মাণৰ তথ্যও পোহৰলৈ আহিছে।
  • মিজোৰামে সীমান্তৰ দুটা পাহাৰত নিৰ্মাণ কৰিছে হলিপেড।
  • উল্লেখ্য দুয়োখন ৰাজ্যৰ সীম সমস্যা সমাধানৰ বাবে আৰম্ভ হৈছে প্ৰক্ৰিয়া।
  • ৫ আগষ্টত অসমৰ মন্ত্ৰীৰ এটা দল গৈ উপস্থিত হ’ব আইজলত।
  • দুয়ো ৰাজ্যই উঠাই লৈছে দুয়োখন ৰাজ্যই ৰুজু কৰা ভিভিন্ন গোচৰ।
  • শান্তি প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ সময়তে পুনৰ সীমান্তৰ ব্যক্তিৰ ঘৰত অগ্নি সংযোগ কৰাৰ ঘটনা সংঘটিত হোৱাৰ ঘটনাই প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি