পুনৰ অসম-মিজোৰাম সীমান্তত মিজো দুৰ্বৃত্তই অগ্নিসংযোগ কৰিলে অসমৰ বাসগৃহত

পুনৰ অসম-মিজোৰাম সীমান্তত মিজো দুৰ্বৃত্তই অগ্নিসংযোগ কৰিলে অসমৰ বাসগৃহত
  • অসম-মিজোৰাম সীমান্তত পুনৰ উপদ্ৰৱ চলাইছে মিজো দুৰ্বৃত্তই।
  • সীমান্তৰ অসমৰ ব্যক্তিৰ ঘৰত অগ্নি সংযোগ কৰিছে মিজো দুৰ্বৃত্তই।
  • আজাদ হুছেইন নামৰ ব্যক্তিজনৰ ঘৰত অগ্নি সংযোগৰ ঘটনা সংঘটিত হৈছে।
  • আনহাতে সীমান্তৰ দুটা কৈ পাহাৰ খান্দি দুখন হেলিপেড নিৰ্মাণৰ তথ্যও পোহৰলৈ আহিছে।
  • মিজোৰামে সীমান্তৰ দুটা পাহাৰত নিৰ্মাণ কৰিছে হলিপেড।
  • উল্লেখ্য দুয়োখন ৰাজ্যৰ সীম সমস্যা সমাধানৰ বাবে আৰম্ভ হৈছে প্ৰক্ৰিয়া।
  • ৫ আগষ্টত অসমৰ মন্ত্ৰীৰ এটা দল গৈ উপস্থিত হ'ব আইজলত।
  • দুয়ো ৰাজ্যই উঠাই লৈছে দুয়োখন ৰাজ্যই ৰুজু কৰা ভিভিন্ন গোচৰ।
  • শান্তি প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ সময়তে পুনৰ সীমান্তৰ ব্যক্তিৰ ঘৰত অগ্নি সংযোগ কৰাৰ ঘটনা সংঘটিত হোৱাৰ ঘটনাই প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in