জি এম চি এইছৰ পৰা সন্ধানহীন ৭ মহীয়া শিশু…

জি এম চি এইছৰ পৰা সন্ধানহীন ৭ মহীয়া শিশু…

  • জি এম চি এইছত অঘটন।
  • সন্ধানহীন হৈছে এটি ৭ মহীয়া শিশু।
  • শিশু ৱাৰ্ডৰ পৰাই সন্ধানহীন হৈছে শিশুটি।
  • ঘটনাক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্য।
  • কিদৰে শিশুটি শিশু ৱাৰ্ডৰ পৰা সন্ধানহীন হ'ল তাক লৈ সৃষ্টি হৈছে চাঞ্চল্য।
  • সন্ধানহীন শিশুটিৰ সন্ধান অব্যাহত ৰাখিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in