শেহতীয়া খবৰ
পশ্চিম কাৰ্বি আংলঙত APHLC দলৰ ২০ টাকৈ কাৰ্যালয় ভাঙি লণ্ডভণ্ড...  •  চীনৰ পৰা পিপিই কিট ক্ৰয়ৰ নামত অসম চৰকাৰৰ দুৰ্নীতিৰ অভিযোগ নস্যাত মন্ত্ৰী পীযুষ হাজৰিকাৰ...  •  সোণালী জয়ন্তী উপলক্ষে ওদালগুৰিত আন্তঃবিদ্যালয় চিত্ৰাংকন প্ৰতিযোগিতা...  •  ঢকুৱাখনা মহকুমা চিভিল হাস্পতালত নৈৰাজ্য ! বৰষুণ দিলেই বন্ধ হয় এক্সৰে সেৱা...  •  গোলাঘাটৰ কাবৰুগাঁৱত সুৰাসক্ত আৱকাৰী কনিষ্টবলৰ তাণ্ডৱ...  •  শিৱসাগৰত হাতীৰ আক্ৰমণত নিহত এজনঃ ৩ দিনে আছিল সন্ধানহীন...  •  আৰম্ভ হ'ল NADI- এছিয়ান কনফ্লুয়েঞ্চ ৰিভাৰ কনক্লেভ-২০২২  •  আৰম্ভ হ'ল NADI- এছিয়ান কনফ্লুয়েঞ্চ ৰিভাৰ কনক্লেভ-২০২২  •  হোজাই আৰক্ষীৰ জালত ড্ৰাগছ আৰু গাঞ্জা সৰবৰাহকাৰী...  •  শনিবাৰে শনি লাগিল ৰাজ্যত ! পুৱাৰে পৰা আহিছে কেৱল মৃতদেহ উদ্ধাৰৰ খবৰ...

অসম-মেঘালয়ৰ সীমা সমস্যা সমাধানৰ পথতঃ লাম্পি ভ্ৰমণ কৰিব দুই ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে..

ডিজিটেল সংবাদ ছমৰীয়াঃ অসম মেঘালয়ৰ দীৰ্ঘদিনীয়া সীমান্ত সমস্যা সমাধানৰ পথত। মঙ্গলবাৰে দিনৰ ১০ বজাত অসম মেঘালয়ৰ দীৰ্ঘদিনীয়া সীমান্ত সমস্যা সমাধানৰ বাবে চিৰসেউজ লাম্পীত উপস্থিত হব অসম আৰু মেঘালয়ৰ মুখ্যমন্ত্ৰী – হিমন্ত বিশ্ব শৰ্মা আৰু কনৰাড চাংমা।জানিব পৰা মতে অসম মেঘালয়ৰ সীমান্তৰ লাম্পীত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এয়া প্ৰথমটো ভ্ৰমন।ইতিমধ্যে মুখ্যমন্ত্ৰী দুগৰাকীৰ ভ্ৰমনৰ সময়ত কোনো অশান্তিকৰ পৰিস্থিতি নহবলৈ চিৰসেউজ লাম্পীত গঢ়ি তোলা হৈছে কটকটীয়া নিৰাপত্তা বেষ্টনী।