অসম-মেঘালয়ৰ সীমা সমস্যা সমাধানৰ পথতঃ লাম্পি ভ্ৰমণ কৰিব দুই ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে..

অসম-মেঘালয়ৰ সীমা সমস্যা সমাধানৰ পথতঃ লাম্পি ভ্ৰমণ কৰিব  দুই ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে..

ডিজিটেল সংবাদ ছমৰীয়াঃ অসম মেঘালয়ৰ দীৰ্ঘদিনীয়া সীমান্ত সমস্যা সমাধানৰ পথত। মঙ্গলবাৰে দিনৰ ১০ বজাত অসম মেঘালয়ৰ দীৰ্ঘদিনীয়া সীমান্ত সমস্যা সমাধানৰ বাবে চিৰসেউজ লাম্পীত উপস্থিত হব অসম আৰু মেঘালয়ৰ মুখ্যমন্ত্ৰী – হিমন্ত বিশ্ব শৰ্মা আৰু কনৰাড চাংমা।জানিব পৰা মতে অসম মেঘালয়ৰ সীমান্তৰ লাম্পীত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এয়া প্ৰথমটো ভ্ৰমন।ইতিমধ্যে মুখ্যমন্ত্ৰী দুগৰাকীৰ ভ্ৰমনৰ সময়ত কোনো অশান্তিকৰ পৰিস্থিতি নহবলৈ চিৰসেউজ লাম্পীত গঢ়ি তোলা হৈছে কটকটীয়া নিৰাপত্তা বেষ্টনী।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in