শেহতীয়া খবৰ
হাতত পাকিস্তানৰ চিপছ লৈ ভাৰতত সোমাইছিল পাক সন্ত্ৰাসবাদী...  •  যিকোনো মুহূৰ্ততে গ্ৰেপ্তাৰ হ’ব পাৰে বিধায়ক আমিনুল ইছলাম!  •  বাৰে বাৰে কাৰাগাৰলৈ কিয় অখিল গগৈক...  •  লকডাউনৰ সময়ত মানসিক অস্থিৰতা, অৱসাদত ভোগা লোকক সহায় কৰিবলৈ আগবাঢ়ি আহিছে অসম আৰক্ষী...  •  যোৱা ২৪ ঘণ্টাত দিল্লীত COVID-19ত ২০জন লোক আক্ৰান্ত, ১জনৰ মৃত্যুঃ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল...  •  অৰবিন্দ কেজৰিৱালৰ টুইটাৰক লৈ গৌতম গম্ভীৰৰ প্ৰতিক্ৰিয়া...  •  লকডাউনৰ মাজত লখিমপুৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ সহযোগী উপাচাৰ্যৰ আৰ্তজনলৈ সহায়...  •  ৩ জুনলৈকে লকডাউন!- কিমান সঁচা এই খবৰ...  •  ডিমাপুৰত দৰিদ্ৰ পৰিয়ালৰ মাজত এন এছ চি এন মুইভা গোটৰ সাহায্য বিতৰণ...  •  ৭ এপ্ৰিলৰ পুৱা ৬ বজাৰ পূৰ্বে নিজামুদ্দিনৰ পৰা অহা সকল চিকিৎসালয়লৈ যাওঁক, নহ’লে আৰক্ষীয়ে ল’ব কঠোৰ আইনী ব্যৱস্থা...

লকডাউনৰ প্ৰথম ১০ মিনিটত কি দেখা গ’ল মহানগৰীত…

3,293
  • মঙলবাৰে সন্ধিয়া ৬ বজাৰ ৰাজ্যত আৰম্ভ লকডাউন।
  • শূন্য হৈ পৰিছে মহানগৰীৰ বাট-পথ।

  • খোলা আছে ফাৰ্মাচী, অত্যাৱশ্যকীয় সামগ্ৰীসমূহ কঢ়িওৱা যান-বাহন চলাচল।
  • এটিএম, গেলামালৰ দোকানো খোলা ৰাখিছে নিৰ্দেশ অনুসৰি।

  • এম্বুলেঞ্চৰ সেৱা অব্যাহত।
  • বাট-পথত আৰক্ষীৰ তহল।

  • কোনো লোক যাতে পথত ৰৈ নাথাকে তাক নিশ্চিত কৰিছে আৰক্ষীয়ে।
  • যান-বাহনৰ চলাচল প্ৰায় বন্ধ হৈ পৰিছে মহানগৰীৰ ৰাজপথত।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি