লকডাউনৰ প্ৰথম ১০ মিনিটত কি দেখা গ’ল মহানগৰীত…

লকডাউনৰ প্ৰথম ১০ মিনিটত কি দেখা গ’ল মহানগৰীত…

  • মঙলবাৰে সন্ধিয়া ৬ বজাৰ ৰাজ্যত আৰম্ভ লকডাউন।
  • শূন্য হৈ পৰিছে মহানগৰীৰ বাট-পথ।
  • খোলা আছে ফাৰ্মাচী, অত্যাৱশ্যকীয় সামগ্ৰীসমূহ কঢ়িওৱা যান-বাহন চলাচল।
  • এটিএম, গেলামালৰ দোকানো খোলা ৰাখিছে নিৰ্দেশ অনুসৰি।
  • এম্বুলেঞ্চৰ সেৱা অব্যাহত।
  • বাট-পথত আৰক্ষীৰ তহল।
  • কোনো লোক যাতে পথত ৰৈ নাথাকে তাক নিশ্চিত কৰিছে আৰক্ষীয়ে।
  • যান-বাহনৰ চলাচল প্ৰায় বন্ধ হৈ পৰিছে মহানগৰীৰ ৰাজপথত।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in