অসম আৰোগ্য নিধিলৈ অসম জাতীয় বিদ্যালয়ৰ শিক্ষক-কৰ্মচাৰীসকলৰ ১ লাখ ত্ৰিশ হাজাৰ টকা

অসম আৰোগ্য নিধিলৈ অসম জাতীয় বিদ্যালয়ৰ শিক্ষক-কৰ্মচাৰীসকলৰ ১ লাখ ত্ৰিশ হাজাৰ টকা
  • কোৰোনা ভাইৰাছৰ সৈতে যুঁজিবলৈ নুনমাটিৰ অসম জাতীয় বিদ্যালয়ৰ শিক্ষক-কৰ্মচাৰীৰ চৰকাৰলৈ আৰ্থিক সাহায্য।
  • অসম আৰোগ্য নিধিলৈ শিক্ষক-কৰ্মচাৰীসকলে আগবঢ়াইছে ধন।
  • ১ লাখ ত্ৰিশ হাজাৰ টকা আগবঢ়াইছে অসম জাতীয় বিদ্যালয়ৰ শিক্ষক-কৰ্মচাৰীসকলে।
  • অসম জাতীয় বিদ্যালয়ৰ অধ্যক্ষ ঘনশ্যাম মেধিয়ে জানিবলৈ দিছে এই কথা।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in