মেট্ৰিকৰ ৰিজাল্টক লৈ গুৰুত্বপূৰ্ণ সিদ্ধান্ত…

মেট্ৰিকৰ ৰিজাল্টক লৈ গুৰুত্বপূৰ্ণ সিদ্ধান্ত…

মেট্ৰিকৰ ৰিজাল্টক লৈ গুৰুত্বপূৰ্ণ সিদ্ধান্ত…

  • হাইস্কুল শিক্ষান্ত পৰীক্ষা সন্দৰ্ভত ছেবাৰ বৈঠক সমাপ্ত।
  • ইতিমধ্যে গঠন কৰি দিয়া ৯ জনীয়া কমিটীৰ দ্বিতীয়খন বৈঠক অনুষ্ঠিত হয় বৃহস্পতিবাৰে।
  • দিনৰ ১১ বজাৰ পৰা অনুষ্ঠিত হৈছিল এই বৈঠকখন।
  • এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত নাথাকিব শীৰ্ষ ১০ টা স্থান।
  • এই সিদ্ধান্ত লোৱা হৈছে বৈঠকখনত।
  • নৱম আৰু দশম শ্ৰেণীৰ পূৰ্বৰ নম্বৰৰ ভিত্তিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ চূড়ান্ত ফলাফল ঘোষণা কৰা হ'ব।
  • বিদ্যালয়সমূহত এই পৰীক্ষাৰ নম্বৰৰ তথ্য মজুত আছে।
  • বৈঠকত চূড়ান্ত হ'ল ফলাফল ঘোষণাৰ আৰ্হি।
  • ছাত্ৰ-ছাত্ৰীক উপযুক্ত নম্বৰ প্ৰদানৰ ক্ষেত্ৰত বঞ্চিত কৰা নহয়।
  • ৯ জনীয়া কমিটীয়ে প্ৰস্তুত কৰা প্ৰতিবেদন দাখিল কৰিব শিক্ষামন্ত্ৰীক।
  • কমিটীখনে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণাৰ বাবে আন ৰাজ্যৰ ফলাফল ঘোষণাৰ আৰ্হিক অনুসৰণ কৰিছে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in