শেহতীয়া খবৰ
ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ সাহায্যৰে পশু চিকিৎসা বিভাগৰ প্ৰশিক্ষণঃ আত্মসহায়ক গোটৰ মাজত গৰু, গাহৰি বিতৰণ  •  পুনৰ উত্তপ্ত মৰিয়নিঃ নাগালেণ্ড সীমান্তৰ পৰা অসম আৰক্ষী প্ৰত্যাহাৰ কৰাৰ পাছতে নগাই আঁৰিলে ফলক  •  পুনৰ উত্তপ্ত মৰিয়নিঃ নাগালেণ্ড সীমান্তৰ পৰা অসম আৰক্ষী প্ৰত্যাহাৰ কৰাৰ পাছতে নগাই আঁৰিলে ফলক  •  ৰবী কুমাৰলৈ পুৰস্কাৰৰ বৰষুণঃ চাকৰি, টকা, মাটি..  •  ৰবী কুমাৰলৈ পুৰস্কাৰৰ বৰষুণঃ চাকৰি, টকা, মাটি..  •  ৰবী কুমাৰলৈ পুৰস্কাৰৰ বৰষুণঃ চাকৰি, টকা, মাটি..  •  ঢকুৱাখনাত প্ৰয়াত সংবাদসেৱী অনিৰ্বাণ বৰগোঁহাইৰ স্মৃতিচাৰণ সভা...  •  মিজোৰাম ভ্ৰমণৰ পৰা বিৰত থাকিবলৈ জাৰি কৰা নিৰ্দেশনা প্ৰত্যাহাৰ অসম চৰকাৰৰ  •  মিজোৰাম ভ্ৰমণৰ পৰা বিৰত থাকিবলৈ জাৰি কৰা নিৰ্দেশনা প্ৰত্যাহাৰ অসম চৰকাৰৰ  •  ভাৰতীয় হকী দলটোত দলিত খেলুৱৈ থকাৰ বাবেই পৰাস্ত হ'লঃ হকী খেলুৱৈৰ ঘৰৰ সন্মুখত আতচবাজী ফুটাই উল্লাখ তথাকথিত উচ্চ বৰ্ণৰ

মেট্ৰিকৰ ৰিজাল্টক লৈ গুৰুত্বপূৰ্ণ সিদ্ধান্ত…

মেট্ৰিকৰ ৰিজাল্টক লৈ গুৰুত্বপূৰ্ণ সিদ্ধান্ত…

  • হাইস্কুল শিক্ষান্ত পৰীক্ষা সন্দৰ্ভত ছেবাৰ বৈঠক সমাপ্ত।
  • ইতিমধ্যে গঠন কৰি দিয়া ৯ জনীয়া কমিটীৰ দ্বিতীয়খন বৈঠক অনুষ্ঠিত হয় বৃহস্পতিবাৰে।
  • দিনৰ ১১ বজাৰ পৰা অনুষ্ঠিত হৈছিল এই বৈঠকখন।
  • এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত নাথাকিব শীৰ্ষ ১০ টা স্থান।
  • এই সিদ্ধান্ত লোৱা হৈছে বৈঠকখনত।
  • নৱম আৰু দশম শ্ৰেণীৰ পূৰ্বৰ নম্বৰৰ ভিত্তিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ চূড়ান্ত ফলাফল ঘোষণা কৰা হ’ব।
  • বিদ্যালয়সমূহত এই পৰীক্ষাৰ নম্বৰৰ তথ্য মজুত আছে।
  • বৈঠকত চূড়ান্ত হ’ল ফলাফল ঘোষণাৰ আৰ্হি।
  • ছাত্ৰ-ছাত্ৰীক উপযুক্ত নম্বৰ প্ৰদানৰ ক্ষেত্ৰত বঞ্চিত কৰা নহয়।
  • ৯ জনীয়া কমিটীয়ে প্ৰস্তুত কৰা প্ৰতিবেদন দাখিল কৰিব শিক্ষামন্ত্ৰীক।
  • কমিটীখনে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণাৰ বাবে আন ৰাজ্যৰ ফলাফল ঘোষণাৰ আৰ্হিক অনুসৰণ কৰিছে।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি