মেট্ৰিক পৰীক্ষাৰ সন্দৰ্ভত আলোচনাৰ বাবে ছেবাক অনুৰোধ অসম হাইস্কুল শিক্ষক সংস্থাৰ…

মেট্ৰিক পৰীক্ষাৰ সন্দৰ্ভত আলোচনাৰ বাবে ছেবাক অনুৰোধ অসম হাইস্কুল শিক্ষক সংস্থাৰ…

  • মেট্ৰিক পৰীক্ষা সন্দৰ্ভত আলোচনাৰ বাবে ছেবাক অনুৰোধ অসম হাইস্কুল শিক্ষক সংস্থাৰ।
  • বুধবাৰে ছেবাৰ অধ্যক্ষ, ৰচিব আৰু পৰীক্ষা নিয়ন্ত্ৰক, মাধ্যমিক শিক্ষাৰ সঞ্চালক, অতিৰিক্ত সঞ্চালিকা, পৰিকল্পনা বিষয়াৰ সৈতে আলোচনাত বহিবলৈ অনুৰোধ সংস্থাটোৰ।
  • এটা দিন মেট্ৰিক পৰীক্ষাৰ সন্দৰ্ভত আলোচনাৰ বাবে ধাৰ্য কৰাৰ বাবে অনুৰোধ জনাইছে শিক্ষক সংস্থাটোৱে।
  • অসম হাইস্কুল শিক্ষক সংস্থাৰ সভাপতি খনিন্দ কুমাৰ গোস্বামীৰ নেতৃত্বত সংস্থাটোৱে অনুৰোধ জনাইছে ছেবাক।
  • এই কৰ্মত সহায় কৰে ক্ৰমে নলবাৰীৰ উমেশ দাস, বাস্কাৰ সুনন্দ কলিতা, ৰঙিয়াৰ বিপুল চক্ৰৱৰ্তী, ধেমাজিৰ ফুলেশ্বৰ বৰুৱা, মৰিগাঁওৰ অনিল নাথে।
  • সকলোকে ইয়াৰ বাবে ধন্যবাদ জ্ঞাপন কৰে সভাপতি খনিন্দ কুমাৰ গোস্বামীয়ে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in