৩১ জুলাইত উচ্চতৰ মাধ্যমিকৰ ফলাফলঃ এইদৰে চাব পাৰিব ফলাফল…

৩১ জুলাইত উচ্চতৰ মাধ্যমিকৰ ফলাফলঃ এইদৰে চাব পাৰিব ফলাফল…
  • অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ গুৰুত্বপূৰ্ণ ঘোষণা।
  • ৩১ জুলাইত ঘোষণা কৰিব উচ্চতৰ মাধ্যমিকৰ ফলাফল।
  • ৩১ জুলাইৰ পুৱা ৯ বজাৰ পৰাই শিক্ষা সংসদৰ ৱেবছাইটত উপলব্ধ হ'ব ফলাফল।
  • ইয়াৰ উপৰিও প্ৰতিখন শিক্ষানুষ্ঠানলৈ সংসদে প্ৰেৰণ কৰিব ফলাফলসমূহ।
  • www.assamresult.in, www.NeCareer.com, www.ahsec.assam.gov.in, www.assam jobalerts.com, www.schools9.com, www.results.shiksha, www. indiaResults.com, www.vidyavision.com আদি ৱেবছাইটৰ জৰিয়তে শিক্ষাৰ্থীসকলে নিজৰ ৰিজাল্ট চাব পাৰিব।
  • এই ৱেবছাইট কেইটাৰ পৰাই শিক্ষাৰ্থীসকলে ডাউনলোড কৰিব পাৰিব নিজৰ মাৰ্কশ্বিট।
  • উচ্চতৰ মাধ্যমিকৰ এইবাৰ মুঠ ২৪৯৮১২ গৰাকী শিক্ষাৰ্থীৰ ফলাফল ঘোষণা কৰা হ'ব।
  • ইয়াৰ ভিতৰত ৩৮৪৩০ গৰাকী বিজ্ঞান, ১৯১৮৫৫ গৰাকী কলা আৰু ১৮৪৪৩ গৰাকী বাণিজ্য শাখাৰ শিক্ষাৰ্থী।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in