অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ পৰীক্ষা বাতিল…

অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ পৰীক্ষা বাতিল…
  • অসম উচ্চতৰ মাধ্যমিকৰ পৰীক্ষা বাতিল।
  • অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে বাতিল কৰিলে প্ৰথম বৰ্ষৰ পৰীক্ষা।
  • ৰাজ্যৰ ভয়াবহ বানৰ বাবেই পৰীক্ষা বাতিল শিক্ষা সংসদৰ।
  • পৰৱৰ্তী ঘোষণা নকৰা পৰ্যন্ত অনুষ্ঠিত নহয় পৰীক্ষা।
  • ১৮ মে'ৰ পৰা ২১ মে'লৈ অনুষ্ঠিত হোৱা কথা আছিল এই পৰীক্ষা।
  • উল্লেখ্যে যে ৰাজ্যৰ কেইবাখনো জিলাত বান আৰু ভূমিস্খলনে লৈছে ভয়াবহ ৰূপ।
  • বহু কেইখন জিলাত স্তব্ধ হৈ পৰিছে যাতায়ত।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in