শেহতীয়া খবৰ
নগাঁৱৰ বৰ্ন্যাতৰ কাষত ফটোগ্ৰাফাৰ এছ’চিয়েচন....  •  পশ্চিম গাৰো পাহাৰত পুনৰ ভূমিস্খলন...  •  বানপানীৰ স্থায়ী সমাধানৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়ত পি আই এল...  •  মহানগৰীত মৰফিনসহ এজনক আটক...  •  ইউক্ৰেইনৰ জনবহুল এলেকাত ৰাছিয়াৰ মিছাইল আক্ৰমণঃ নিহত ১০, ৪০ ৰো অধিক আহত...  •  বাণিজ্যত চতুৰ্থ আৰু ষষ্ঠ স্থানেৰে উজলিল গোৱালপাৰাৰ প্ৰিয়াক্ষী ঘোষ আৰু মৃণাল ৰয়...  •  কৃতি শিক্ষক মাধুৰ্য বৰাৰ মৃত্যুত নগাঁৱত শোকৰ ছাঁ...  •  ৰাজধানীৰ 'কেৱ' চালকৰ কন্যা অৰ্পিতাৰ সাফল্য...  •  CPI(M)ৰ প্ৰতিবাদঃ ধনশিৰি মহকুমাধিপতিৰ যোগদি মুখ্যমন্ত্ৰীলৈ ৯ দফীয়া স্মাৰক পত্ৰ প্ৰেৰণ...  •  নিখিল বড়ো ছাত্ৰ সন্থাৰ উদ্যোগত UPSC,APSC, IFS ৰ সন্দৰ্ভত কৰ্মশালা...

অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ পৰীক্ষা বাতিল…

  • অসম উচ্চতৰ মাধ্যমিকৰ পৰীক্ষা বাতিল।
  • অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে বাতিল কৰিলে প্ৰথম বৰ্ষৰ পৰীক্ষা।
  • ৰাজ্যৰ ভয়াবহ বানৰ বাবেই পৰীক্ষা বাতিল শিক্ষা সংসদৰ।
  • পৰৱৰ্তী ঘোষণা নকৰা পৰ্যন্ত অনুষ্ঠিত নহয় পৰীক্ষা।
  • ১৮ মে’ৰ পৰা ২১ মে’লৈ অনুষ্ঠিত হোৱা কথা আছিল এই পৰীক্ষা।
  • উল্লেখ্যে যে ৰাজ্যৰ কেইবাখনো জিলাত বান আৰু ভূমিস্খলনে লৈছে ভয়াবহ ৰূপ।
  • বহু কেইখন জিলাত স্তব্ধ হৈ পৰিছে যাতায়ত।

ক্লিক কৰি পঢ়কঃ কামৰূপ(মহানগৰ) জিলাত অত্যাধিক ভূমিস্খলনৰ আশংকা, আপদকালীন সেৱাৰ টেলিফোন নম্বৰ মুকলি