শেহতীয়া খবৰ
নাকত তেল দি শুই থাকক আজমল!- গৰুখুঁটি ঘটনাৰ প্ৰতিবাদত কোন ৰাজনৈতিক নেতাই এৰিলে দল...  •  ঘিলামৰাৰ ছাত্ৰনেতাক সাংবাদিকৰ হত্যাৰ ভাবুকি গোচৰ নিষ্পত্তি...  •  গৰুখুঁটি কাণ্ডঃ দৰং জিলা উপায়ুক্ত কাৰ্যালয়ত কংগ্ৰেছৰ প্ৰতিবাদ...  •  গৰুখুটিৰ উচ্ছেদ বেআইনী আৰু অমানৱীয়ঃ মুখ্যমন্ত্ৰী ভাতৃ হোৱাৰ বাবেই আৰক্ষী অধীক্ষকৰ দাদাগিৰি...  •  হেমন্ত দত্তক মনত আছেনে? আজি তেওঁৰ ওপজা দিন...  •  দুৰ্দশাগ্ৰস্ত কোৱাইকটা সত্ৰৰ অস্তিত্ব ৰক্ষাৰ বাবে নামঘৰত একেলগে বহিল হিন্দু মুছলমান ভকত...  •  ঢকুৱাখনা মহাবিদ্যালয় এন এছ এছ গোটৰ  "ক্লিন ঢকুৱাখনা" কাৰ্যসূচী  •  তিনি আৰক্ষী, ৮ উচ্ছেদিত জি এম চি এইছত চিকিৎসাধীনঃ কিশোৰসহ আছে গুলীবিদ্ধ...  •  খৰ্গ দাহন পৰ্ব  •  গৰুখুটিত এতিয়াও সন্ধানহীন কিশোৰীসহ ৪ জনঃ উচ্ছেদিত লোকৰ সা-সামগ্ৰী আৰক্ষীয়ে জুইত জাপি দিয়াৰ অভিযোগ..

অসন্তুষ্ট শিক্ষাৰ্থীৰ বাবে বিশেষ পৰীক্ষা অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ

  • অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত।
  • ফলাফলক লৈ অসন্তুষ্ট শিক্ষাৰ্থী অৱতীৰ্ণ হ’ব পাৰিব বিশেষ পৰীক্ষাত।
  • অসন্তুষ্ট শিক্ষাৰ্থীসকলে ৯ আগষ্টৰ পৰা ১৬ আগষ্টৰ ভিতৰত অনলাইন প্ৰ-পত্ৰ পূৰণ কৰিব পাৰিব।
  • শিক্ষাৰ্থীসকলে নিজৰ শিক্ষানুষ্ঠানৰ পৰা লাভ কৰিব বিতং তথ্য।
  • পৰীক্ষাত অৱতীৰ্ণ হোৱা শিক্ষাৰ্থীসকলে লাভ কৰিব পৰীক্ষাৰ নতুন মূল্যায়নৰ আধাৰত মাৰ্কশ্বিট।
  • অৱশ্য শিক্ষাৰ্থীসকলে জমা দিব লাগিব বৰ্তমান প্ৰদান কৰা মাৰ্কশ্বিট।
  • সকলো বৰ্তমানৰ নিয়মীয়া শিক্ষাৰ্থী, বেটাৰমেণ্ট, প্ৰাইভেট পৰীক্ষাৰ্থীৰ বাবে এই সুবিধা।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি