অসন্তুষ্ট শিক্ষাৰ্থীৰ বাবে বিশেষ পৰীক্ষা অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ

অসন্তুষ্ট শিক্ষাৰ্থীৰ বাবে বিশেষ পৰীক্ষা অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ
  • অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত।
  • ফলাফলক লৈ অসন্তুষ্ট শিক্ষাৰ্থী অৱতীৰ্ণ হ'ব পাৰিব বিশেষ পৰীক্ষাত।
  • অসন্তুষ্ট শিক্ষাৰ্থীসকলে ৯ আগষ্টৰ পৰা ১৬ আগষ্টৰ ভিতৰত অনলাইন প্ৰ-পত্ৰ পূৰণ কৰিব পাৰিব।
  • শিক্ষাৰ্থীসকলে নিজৰ শিক্ষানুষ্ঠানৰ পৰা লাভ কৰিব বিতং তথ্য।
  • পৰীক্ষাত অৱতীৰ্ণ হোৱা শিক্ষাৰ্থীসকলে লাভ কৰিব পৰীক্ষাৰ নতুন মূল্যায়নৰ আধাৰত মাৰ্কশ্বিট।
  • অৱশ্য শিক্ষাৰ্থীসকলে জমা দিব লাগিব বৰ্তমান প্ৰদান কৰা মাৰ্কশ্বিট।
  • সকলো বৰ্তমানৰ নিয়মীয়া শিক্ষাৰ্থী, বেটাৰমেণ্ট, প্ৰাইভেট পৰীক্ষাৰ্থীৰ বাবে এই সুবিধা।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in