কোৰোনাৰ বিৰুদ্ধে যুঁজ দিবলৈ অসম গ্ৰামীণ বিকাশ বেংকে দিলে ১০ লাখ টকা দান…

কোৰোনাৰ বিৰুদ্ধে যুঁজ দিবলৈ অসম গ্ৰামীণ বিকাশ বেংকে দিলে ১০ লাখ টকা দান…
  • কোৰোনা ভাইৰাছৰ বিৰোধী যুঁজত ইতিমধ্যে ৰাজ্যৰ বহু জনে আগবঢ়াইছে সহায়-সহযোগিতা।
  • সোমবাৰে অসম গ্ৰামীণ বিকাশ বেংকৰ তৰফৰ পৰাও দিয়া হয় ১০ লাখ টকা দান।
  • অসম আৰোগ্য নিধিলৈ এই ধন আগবঢ়াই অসম গ্ৰামীণ বিকাশ বেংকে।
  • উল্লেখ্য যে, বেংকৰ মুৰব্বী উপেন্দ্ৰ সবৰে স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হাতত প্ৰদান কৰে ১০ লাখ টকাৰ চেক।
  • স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে এই সহায়ৰ বাবে ধন্যবাদ জ্ঞাপন কৰে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in